ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (43) ߝߐߘߊ ߘߏ߫: ߛߘߍߞߎߘߎ߲ ߠߎ߬ ߝߐߘߊ
اَمِ اتَّخَذُوْا مِنْ دُوْنِ اللّٰهِ شُفَعَآءَ ؕ— قُلْ اَوَلَوْ كَانُوْا لَا یَمْلِكُوْنَ شَیْـًٔا وَّلَا یَعْقِلُوْنَ ۟
মুশ্বৰিকসকলে সিহঁতৰ কিছুমান মূৰ্ত্তিক মধ্যস্ততাকাৰী বনাই লৈছে, সিহঁতে আল্লাহৰ বাহিৰে সেইবোৰৰ ওচৰতেই উপকাৰ কামনা কৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি এইবোৰৰ তোমালোকৰ বাবে অথবা সিহঁতৰ নিজৰ বাবে কিবা কৰাৰ ক্ষমতা নাথাকে নাইবা সেইবোৰে যদি একো বুজিও নাপায়, তথাপিও তোমালোকে সেইবোৰক নিজৰ মধ্যস্ততাকাৰী বুলি গ্ৰহণ কৰিবা নেকি? তেন্তে জানি থোৱা! এইবোৰ হৈছে চেতনাহীন জড় পদাৰ্থ, যিবোৰে কথাও ক'ব নোৱাৰে, শুনিবও নোৱাৰে, দেখিবও নোৱাৰে আৰু উপকাৰ বা অপকাৰ কৰাৰো সিহঁতৰ ক্ষমতা নাই।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• النوم والاستيقاظ درسان يوميان للتعريف بالموت والبعث.
টোপনি আৰু টোপনিৰ পৰা সাৰ পোৱা, এই দুটা হৈছে মৃত্যু আৰু আখিৰাতৰ জীৱনৰ বাবে দিয়া দৈনিক অধিসূচনা।

• إذا ذُكِر الله وحده عند الكفار أصابهم ضيق وهمّ؛ لأنهم يتذكرون ما أمر به وما نهى عنه وهم معرضون عن هذا كله.
কাফিৰসকলৰ সন্মুখত যেতিয়া একমাত্ৰ আল্লাহৰ বৰ্ণনা কৰা হয় তেতিয়া সিহঁতৰ অন্তৰ সংকীৰ্ণ হৈ পৰে আৰু সিহঁত শোকবিহ্বল হৈ পৰে। কিয়নো তেতিয়া আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধকৃত বিষয়বোৰ সিহঁতৰ মনত পৰি যায়, অথচ সেইবোৰৰ পৰা সিহঁত বিমুখ হৈ আছে।

• يتمنى الكافر يوم القيامة افتداء نفسه بكل ما يملك مع بخله به في الدنيا، ولن يُقْبل منه.
কিয়ামতৰ দিনা কাফিৰসকলে নিজকে শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ বিনিময় হিচাপে সিহঁতৰ সকলো মূল্যৱান বস্তু মুক্তিপণ হিচাপে দিব বিচাৰিব, অথচ পৃথিৱীত সিহঁতে সেইবোৰকলৈ কৃপণালী কৰিছিল। তথাপিও সিহঁতৰ পৰা সেইবোৰ গ্ৰহণ কৰা নহ’ব।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (43) ߝߐߘߊ ߘߏ߫: ߛߘߍߞߎߘߎ߲ ߠߎ߬ ߝߐߘߊ
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫߸ ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߢߊߢߌߣߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫.

ߘߊߕߎ߲߯ߠߌ߲