ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (11) ߝߐߘߊ ߘߏ߫: ߞߟߏߝߋ߲ ߠߎ߬ ߝߐߘߊ
قُلْ سِیْرُوْا فِی الْاَرْضِ ثُمَّ اَنْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِیْنَ ۟
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী তথা উপহাসকাৰী সকলক কৈ দিয়ক যে, পৃথিৱীত ঘূৰি পকি চোৱা, আল্লাহৰ ৰাছুলসকলক অস্বীকাৰ কৰা ব্যক্তি বিলাকৰ কি পৰিণাম হৈছিল। সিহঁত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁতক শাস্তি প্ৰদান কৰিছে।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• بيان حكمة الله تعالى في إرسال كل رسول من جنس من يرسل إليهم؛ ليكون أبلغ في السماع والوعي والقبول عنه.
প্ৰত্যেক জাতিৰ প্ৰতি সিহঁতৰ মাজৰ পৰাই ৰাছুল নিৰ্বাচন কৰি প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে, যাতে তেওঁ সিহঁতৰ কথা ভালদৰে শুনে আৰু বুজি পায় তথা গ্ৰহণ কৰে।

• الدعوة للتأمل في أن تكرار سنن الأوّلين في العصيان قد يقابله تكرار سنن الله تعالى في العقاب.
এই বিষয়ৰ প্ৰতি আহ্বান জনোৱা হৈছে যে, যদি মানুহে পূৰ্বৰ লোক সকলৰ দৰে অবাধ্যতা কৰে তেন্তে সিহঁতৰ দৰেই আল্লাহে শাস্তি প্ৰদান কৰিব।

• وجوب الخوف من المعصية ونتائجها.
পাপ তথা ইয়াৰ পৰিণামৰ পৰা ভয় কৰা আৱশ্যক।

• أن ما يصيب البشر من بلاء ليس له صارف إلا الله، وأن ما يصيبهم من خير فلا مانع له إلا الله، فلا رَادَّ لفضله، ولا مانع لنعمته.
মানুহৰ ওপৰত যি বিপদ-আপদ আহে, সেয়া আল্লাহৰ বাহিৰে আন কোনেও দূৰ কৰিব নোৱাৰে। আনহাতে মানুহে লাভ কৰা কল্যাণক আল্লাহৰ বাহিৰে আন কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। এতেকে কোনেও আল্লাহৰ অনুগ্ৰহ প্ৰতিৰোধ কৰিব নোৱাৰে আৰু তেওঁৰ নিয়ামতকো ধৰি ৰাখিব নোৱাৰে।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (11) ߝߐߘߊ ߘߏ߫: ߞߟߏߝߋ߲ ߠߎ߬ ߝߐߘߊ
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫߸ ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߢߊߢߌߣߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫.

ߘߊߕߎ߲߯ߠߌ߲