Vertaling van de betekenissen Edele Qur'an - De Asamiya-vertaling van de samenvatting van de interpretatie van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Vers: (38) Surah: Soerat Fussilat
فَاِنِ اسْتَكْبَرُوْا فَالَّذِیْنَ عِنْدَ رَبِّكَ یُسَبِّحُوْنَ لَهٗ بِالَّیْلِ وَالنَّهَارِ وَهُمْ لَا یَسْـَٔمُوْنَ ۟
তথাপিও যদি সিহঁতে অহংকাৰ কৰে আৰু বিমুখ হয়, তথা একমাত্ৰ সৃষ্টিকৰ্তা আল্লাহক ছাজদাহ নকৰে তেন্তে জানি থোৱা, আল্লাহৰ ওচৰত যিসকল ফিৰিস্তা আছে, তেওঁলোকে দিনে ৰাতিয়ে আল্লাহৰ তাছবীহ পাঠ কৰে আৰু তেওঁৰ প্ৰশংসা কৰে। তেওঁলোকে আল্লাহৰ ইবাদত কৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• منزلة الاستقامة عند الله عظيمة.
সঠিক পথত অবিচল থকাৰ বাবে আল্লাহৰ ওচৰত আছে মহান মৰ্যাদা।

• كرامة الله لعباده المؤمنين وتولِّيه شؤونهم وشؤون مَن خلفهم.
আল্লাহে মুমিনসকলক বিশেষ মৰ্যাদা প্ৰদান কৰিছে, সেইকাৰণে তেওঁ তেওঁলোকৰ যাৱতীয় বিষয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে তথা তেওঁলোকে এৰি থৈ যোৱা লোকৰো দায়িত্ব লৈছে।

• مكانة الدعوة إلى الله، وأنها أفضل الأعمال.
আল্লাহৰ প্ৰতি আহ্বান কৰাৰ মহত্ব, তথা এইটো হৈছে আটাইতকৈ উত্তম আমল।

• الصبر على الإيذاء والدفع بالتي هي أحسن خُلُقان لا غنى للداعي إلى الله عنهما.
নিৰ্যাতনত ধৈৰ্য্য ধাৰণ কৰা আৰু বেয়া ব্যৱহাৰকাৰীৰ বেয়া আচৰণক সদ্ব্যৱহাৰৰ দ্বাৰা প্ৰতিহত কৰা, এই দুয়োটা গুণ হৈছে উৎকৃষ্ট বৈশিষ্ট্য। আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তি কেতিয়াও এই দুয়োটা বৈশিষ্ট্যৰ পৰা অমুখাপেক্ষী নহয়।

 
Vertaling van de betekenissen Vers: (38) Surah: Soerat Fussilat
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - De Asamiya-vertaling van de samenvatting van de interpretatie van de Heilige Koran. - Index van vertaling

De Asamiya-vertaling van de samenvatting van de interpretatie van de Heilige Koran, uitgegeven door het Tafsir Center for Quranic Studies.

Sluit