Vertaling van de betekenissen Edele Qur'an - De Asamiya-vertaling van de samenvatting van de interpretatie van de Heilige Koran. * - Index van vertaling


Vertaling van de betekenissen Vers: (3) Surah: Soerat At-Taghaabon (Beider Verlies en Winst)
خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ وَصَوَّرَكُمْ فَاَحْسَنَ صُوَرَكُمْ ۚ— وَاِلَیْهِ الْمَصِیْرُ ۟
আকাশমণ্ডল আৰু পৃথিৱীক সত্যৰ সৈতে সৃষ্টি কৰিছে, অনৰ্থক সৃষ্টি কৰা নাই। হে মানৱজাতি! তেৱেঁই তোমালোকক আকৃতি দান কৰিছে আৰু তেওঁৰ অনুগ্ৰহ ও কৃপাত উত্তম আকৃতি দিছে। অন্যথা ইচ্ছা কৰিলে বেয়া আকৃতি দিব পাৰিলেহেঁতেন। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। য’ত তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়া হ'ব। যদি ভাল হয় তেন্তে ভাল ফলাফল আৰু যদি বেয়া হয় তেন্তে বেয়া প্ৰতিদান।
Arabische uitleg van de Qur'an:
Voordelen van de verzen op deze pagina:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
Vertaling van de betekenissen Vers: (3) Surah: Soerat At-Taghaabon (Beider Verlies en Winst)
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - De Asamiya-vertaling van de samenvatting van de interpretatie van de Heilige Koran. - Index van vertaling

De Asamiya-vertaling van de samenvatting van de interpretatie van de Heilige Koran, uitgegeven door het Tafsir Center for Quranic Studies.

Sluit