د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (2) سورت: الأنبياء
مَا یَاْتِیْهِمْ مِّنْ ذِكْرٍ مِّنْ رَّبِّهِمْ مُّحْدَثٍ اِلَّا اسْتَمَعُوْهُ وَهُمْ یَلْعَبُوْنَ ۟ۙ
যেতিয়াই সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোৰআনৰ কোনো নতুন আয়াত অৱতীৰ্ণ হয়, তেতিয়াই সিহঁতে সেইটোক উপকৃত হোৱাৰ আশাৰে নুশুনে, বৰং অৱহেলা কৰি খেল-ধেমালিৰ সৈতে শ্ৰৱণ কৰে।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• قُرْب القيامة مما يستوجب الاستعداد لها.
কিয়ামত যিহেতু অতি সন্নিকট, সেয়ে ইয়াৰ বাবে প্ৰস্তুতি লোৱা অত্যন্ত জৰুৰী।

• انشغال القلوب باللهو يصرفها عن الحق.
অলাগতীয়াল কৰ্মত মনোযোগ দিয়াৰ বাবে সত্যৰ পৰা আঁতৰি যোৱাৰ কাৰণ হৈ পৰে।

• إحاطة علم الله بما يصدر من عباده من قول أو فعل.
আল্লাহৰ জ্ঞানে বান্দাৰ মুখৰ পৰা উলিওৱা সকলো কথা আৰু তাৰ সকলো কৰ্মক পৰিবেষ্টন কৰি আছে।

• اختلاف المشركين في الموقف من النبي صلى الله عليه وسلم يدل على تخبطهم واضطرابهم.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে মুশ্বৰিকসকলে দোধোৰমোধোৰ অৱস্থাত পৰি আছে, সিহঁতৰ অস্থিৰতা আৰু তৰলতাত এই কথা প্ৰকাশ পাইছে।

• أن الله مع رسله والمؤمنين بالتأييد والعون على الأعداء.
সমৰ্থন আৰু শত্ৰুৰ বিপক্ষে সহায়ৰ ক্ষেত্ৰত আল্লাহে সদায় ৰাছুল আৰু মুমিনসকলৰ পক্ষত থাকে।

• القرآن شرف وعز لمن آمن به وعمل به.
কোৰআন হৈছে মহা সন্মান তথা মহা মৰ্যাদা, সেইসকল লোকৰ বাবে যিসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে আৰু সেই অনুসৰি আমল কৰে।

 
د معناګانو ژباړه آیت: (2) سورت: الأنبياء
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه - د ژباړو فهرست (لړلیک)

اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه، د قرآن علومو مرکز، تفسیر لخوا خپره شوې ده.

بندول