Check out the new design

د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (70) سورت: نمل
وَلَا تَحْزَنْ عَلَیْهِمْ وَلَا تَكُنْ فِیْ ضَیْقٍ مِّمَّا یَمْكُرُوْنَ ۟
মুশ্বৰিসকলে আপোনাৰ নিমন্ত্ৰণৰ পৰা বিমুখ হোৱাৰ কাৰণে আপুনি কেতিয়াও আক্ষেপ নকৰিব। লগতে সিহঁতৰ ষড়যন্ত্ৰৰ বাবে আপুনি কেতিয়াও সংকীৰ্ণতা অনুভৱ নকৰিব। নিশ্চয় আল্লাহে সিহঁতৰ বিৰুদ্ধে আপোনাক সহায় কৰিব।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• علم الغيب مما اختص به الله، فادعاؤه كفر.
গায়েব সম্পৰ্কীয় জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট। গায়েব সম্পৰ্কীয় জ্ঞানৰ দাবী কৰা কুফৰী কাম।

• الاعتبار بالأمم السابقة من حيث مصيرها وأحوالها طريق النجاة.
বিগত উম্মতসমূহৰ পৰিণাম আৰু সিহঁতৰ অৱস্থাৰ পৰা শিক্ষা লোৱাটো এক প্ৰকাৰ মুক্তিৰ পথ।

• إحاطة علم الله بأعمال عباده.
আল্লাহ তাআলা বান্দাৰ সকলো কৰ্ম সম্পৰ্কে অৱগত।

• تصحيح القرآن لانحرافات بني إسرائيل وتحريفهم لكتبهم.
কোৰআনে বনী ইছৰাঈলৰ পথভ্ৰষ্টতা সম্পৰ্কে আলোচনা কৰি তাৰ প্ৰতিকাৰ বৰ্ণনা কৰে, লগতে সিহঁতে ঐশীগ্ৰন্থসমূহক যিদৰে বিকৃত কৰিছিল, সেইবোৰ আঙুলিয়াই দিয়ে।

 
د معناګانو ژباړه آیت: (70) سورت: نمل
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه - د ژباړو فهرست (لړلیک)

د مرکز تفسیر للدراسات القرآنیة لخوا خپور شوی.

بندول