د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
34 : 43

وَلِبُیُوْتِهِمْ اَبْوَابًا وَّسُرُرًا عَلَیْهَا یَتَّكِـُٔوْنَ ۟ۙ

লগতে সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ নিৰ্মাণ কৰি দিলোহেঁতেন, আৰু আউজি বহিবলৈ আসন বনাই দিলোহেঁতেন। সিহঁতক অৱকাশ দিয়াৰ উদ্দেশ্যে তথা সিহঁতক পৰীক্ষা কৰিবলৈ এইবোৰ দিলোহেঁতেন। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• خطر الإعراض عن القرآن.
কোৰআনৰ পৰা বিমুখ হোৱাৰ ক্ষতি। info

• القرآن شرف لرسول الله صلى الله عليه وسلم ولأمته.
কোৰআন হৈছে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ উম্মতৰ বাবে সন্মান। info

• اتفاق الرسالات كلها على نبذ الشرك.
সকলো নবীয়েই মানুহক শ্বিৰ্কৰ পৰা বিৰত থকাৰ আহ্বান কৰিছিল। info

• السخرية من الحق صفة من صفات الكفر.
সত্যক উপহাস কৰা কাফিৰসকলৰ অন্যতম এটা বিশেষণ। info