Check out the new design

د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (75) سورت: انعام
وَكَذٰلِكَ نُرِیْۤ اِبْرٰهِیْمَ مَلَكُوْتَ السَّمٰوٰتِ وَالْاَرْضِ وَلِیَكُوْنَ مِنَ الْمُوْقِنِیْنَ ۟
যিদৰে আমি তেওঁক তেওঁৰ পিতা তথা তেওঁৰ জাতিৰ পথভ্ৰষ্টতা দেখুৱাইছো, ঠিক সেইদৰে আমি তেওঁক আকাশ তথা পৃথিৱীৰ বিশাল ৰাজত্ব দেখুৱাইছো, যাতে তেওঁ বুজি পায় যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। লগতে যাতে পতিয়ন যায় যে, আল্লাহ একক, তেওঁৰ কোনো অংশীদাৰ নাই আৰু তেওঁ সকলো বস্তু ওপৰত ক্ষমতাৱান।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• الاستدلال على الربوبية بالنظر في المخلوقات منهج قرآني.
সৃষ্টিৰ ওপৰত গৱেষণাৰ জৰিয়তে ৰূবুবিয়্যাতৰ প্ৰমাণ উদ্ঘাটন কৰা কোৰআনৰ এটা বিশেষ শৈলী।

• الدلائل العقلية الصريحة توصل إلى ربوبية الله.
মানুহৰ সুস্থ বিবেকেও এই কথাই প্ৰমাণ কৰে যে, আল্লাহেই এই বিশ্বজগতৰ প্ৰতিপালক।

 
د معناګانو ژباړه آیت: (75) سورت: انعام
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه - د ژباړو فهرست (لړلیک)

د مرکز تفسیر للدراسات القرآنیة لخوا خپور شوی.

بندول