prev

আল-কলম

next
د سورت له موخو څخه:
شهادة الله للنبي بحسن الخُلق، والدفاع عنه وتثبيته.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৰ্বোৎকৃষ্ট চৰিত্ৰৰ সাক্ষ্য স্বয়ং আল্লাহে প্ৰদান কৰিছে আৰু তেওঁৰ ফালৰ পৰা ৰক্ষা কৰিছে, লগতে তেওঁক দৃঢ়তা প্ৰদান কৰিছে। info

external-link copy
1 : 68

نٓ وَالْقَلَمِ وَمَا یَسْطُرُوْنَ ۟ۙ

নূন, এনেকুৱা শব্দবোৰৰ বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত উল্লেখ কৰা হৈছে। আল্লাহ তাআলাই কলম তথা মানুহে কলমেৰে যি লিখে তাৰ শপত কৰিছে। info
التفاسير: |
په دې مخ کې د ایتونو د فایدو څخه:
• اتصاف الرسول صلى الله عليه وسلم بأخلاق القرآن.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম, কুৰআনত বৰ্ণিত আচৰণ আৰু ব্যৱহাৰৰ বাস্তৱ নমুনা বা আদৰ্শ আছিল। info

• صفات الكفار صفات ذميمة يجب على المؤمن الابتعاد عنها، وعن طاعة أهلها.
কাফিৰসকলৰ আচৰণ বিধি অতি নিকৃষ্ট। মুমিনসকলে সিহঁতৰ পৰা আৰু সিহঁতৰ অনুসৰণৰ পৰা বিৰত থকা উচিত। info

• من أكثر الحلف هان على الرحمن، ونزلت مرتبته عند الناس.
যিয়ে অধিক শপত কৰে, সি ৰহমান (আল্লাহ)ৰ দৃষ্টিত অতি তুচ্ছ, আৰু সি মানুহৰ দৃষ্টিত নিজৰ সন্মান বিনষ্ট কৰে। info

prev

আল-কলম

next