external-link copy
64 : 21

فَرَجَعُوْۤا اِلٰۤی اَنْفُسِهِمْ فَقَالُوْۤا اِنَّكُمْ اَنْتُمُ الظّٰلِمُوْنَ ۟ۙ

সিহঁতে মনে মনে ভাৱিবলৈ বাধ্য হ'ল যে, সিহঁতৰ মূৰ্তিবোৰৰ সঁচাই কোনো উপকাৰ বা অপকাৰ কৰাৰ সাধ্য নাই। গতিকে এইবোৰৰ উপাসনা কৰি সিহঁত এক প্ৰকাৰ অন্যায়হে কৰি আছে। info
التفاسير: |
Das notas do versículo nesta página:
• جواز استخدام الحيلة لإظهار الحق وإبطال الباطل.
সত্যক প্ৰকাশ কৰিবলৈ তথা অসত্যক ভুল সাব্যস্ত কৰিবলৈ অজুহাতৰ সহায় লোৱা বৈধ। info

• تعلّق أهل الباطل بحجج يحسبونها لهم، وهي عليهم.
সত্যৰ পৰা আঁতৰি থকা লোকসকলেও কিছুমান প্ৰমাণ উপস্থাপন কৰে, কিন্তু সেইবোৰ প্ৰমাণ সিহঁতৰ বিৰুদ্ধেই প্ৰয়োগ হয়। info

• التعنيف في القول وسيلة من وسائل التغيير للمنكر إن لم يترتّب عليه ضرر أكبر.
কুসংস্কাৰ দূৰ কৰিবলৈ কঠোৰ ভাষা ব্যৱহাৰ কৰিব পাৰি, কিন্তু চৰ্ত হ’ল যাতে কোনো ডাঙৰ ক্ষতি নহয়। info

• اللجوء لاستخدام القوة برهان على العجز عن المواجهة بالحجة.
বল প্ৰয়োগ কৰাটো হৈছে দৰাচলতে দলিলৰ দ্বাৰা মোকাবিলা কৰাত পৰাজিত হোৱাৰ প্ৰতীক। info

• نَصْر الله لعباده المؤمنين، وإنقاذه لهم من المحن من حيث لا يحتسبون.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। আৰু তেওঁলোকক বিপদৰ পৰা এনেকৈ ৰক্ষা কৰে যিটোক তেওঁলোকে অনুমানো কৰিব নোৱাৰে। info

prev

আল-আম্বীয়া

next