Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

7 : 82

الَّذِیْ خَلَقَكَ فَسَوّٰىكَ فَعَدَلَكَ ۟ۙ

যিয়ে তোমাক অনস্থিত্বৰ পৰা অস্থিত্বলৈ আনিছে, আৰু সঠিক অংগযুক্ত সুবিন্যস্ত আৰু সুসামঞ্জস্য শৰীৰ প্ৰদান কৰিছে। info
التفاسير: |
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• التحذير من الغرور المانع من اتباع الحق.
সত্যৰ অনুসৰণত হেঙাৰ দিব পৰা অভিমানৰ পৰা সতৰ্ক কৰা হৈছে। info

• الجشع من الأخلاق الذميمة في التجار ولا يسلم منه إلا من يخاف الله.
লালসা হৈছে ব্যৱসায়ীসকলৰ এটা অৱগুণ। ইয়াৰ পৰা কেৱল তেৱেঁই সুৰক্ষিত থাকিব পাৰে, যিয়ে আল্লাহক ভয় কৰে। info

• تذكر هول القيامة من أعظم الروادع عن المعصية.
পাপকৰ্মৰ পৰা বিৰত থকাৰ অন্যতম এটা উপায় হৈছে ক্বিয়ামতৰ ভয়াৱহ অৱস্থাক স্মৰণ কৰা। info

prev

আল-ইনফিতাৰ

next
:
0:00 0:00