அல்குர்ஆன் மொழிபெயர்ப்பு - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (56) அத்தியாயம்: ஸூரா அஷ்ஷுஅரா
وَاِنَّا لَجَمِیْعٌ حٰذِرُوْنَ ۟ؕ
নিশ্চয় আমি সিহঁতৰ বিষয়ে সদায় প্ৰস্তুত তথা সাৱধান থকা লোক।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• العلاقة بين أهل الباطل هي المصالح المادية.
অসত্যৰ অনুসাৰীসকলৰ মাজত কেৱল আৰ্থিক লাভালাভৰ সম্পৰ্ক পোৱা যায়।

• ثقة موسى بالنصر على السحرة تصديقًا لوعد ربه.
মুছা আলাইহিচ্ছালাম সম্পূৰ্ণৰূপে আশ্বস্ত আছিল যে, তেওঁ যাদুকৰসকলক পৰাস্ত কৰি বিজয় লাভ কৰিব। কিয়নো নিজ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল।

• إيمان السحرة برهان على أن الله هو مُصَرِّف القلوب يصرفها كيف يشاء.
যাদুকৰসকলৰ ঈমানে এই কথা প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহেই অন্তৰসমূহক নিয়ন্ত্ৰণ কৰে। তেওঁ যিদৰে ইচ্ছা কৰে, সেইদৰেই সঞ্চালিত কৰে।

• الطغيان والظلم من أسباب زوال الملك.
অন্যায়-অত্যাচাৰ আৰু সীমালঙ্ঘন, এইবোৰ হৈছে ৰাজত্ব হেৰুৱাৰ অন্যতম কাৰণ।

 
மொழிபெயர்ப்பு வசனம்: (56) அத்தியாயம்: ஸூரா அஷ்ஷுஅரா
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - மொழிபெயர்ப்பு அட்டவணை

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

மூடுக