Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (24) அத்தியாயம்: அல்பத்ஹ்
وَهُوَ الَّذِیْ كَفَّ اَیْدِیَهُمْ عَنْكُمْ وَاَیْدِیَكُمْ عَنْهُمْ بِبَطْنِ مَكَّةَ مِنْ بَعْدِ اَنْ اَظْفَرَكُمْ عَلَیْهِمْ ؕ— وَكَانَ اللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرًا ۟
তেৱেঁই মুশ্বৰিকসকলৰ হাতৰ পৰা তোমালোকক ৰক্ষা কৰিছিল, হুদাইবিয়াৰ স্থানত যেতিয়া সিহঁতৰ মাজৰ আশীজন লোকে তোমালোকক আক্ৰমণ কৰাৰ উদ্দেশ্যে আগমণ কৰিছিল। লগতে তোমালোককো বিৰত ৰাখিছিল, যাতে তোমালোকে সিহঁতক হত্যা নকৰা আৰু সিহঁতৰ অনিষ্ট কৰিব নোৱাৰা। আনকি সিহঁতক বন্দী কৰাৰ সামৰ্থ থকাৰ পিছতো সিহঁতক এৰি দিছিলা। তোমালোকে যি যি কৰি আছিলা, আল্লাহে সেয়া দেখি আছিল। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• الصد عن سبيل الله جريمة يستحق أصحابها العذاب الأليم.
আল্লাহৰ পথৰ পৰা মানুহক বিৰত ৰখাটো এনেকুৱা অপৰাধ, যি অপৰাধে মানুহক কষ্টদায়ক শাস্তিৰ উপযুক্ত বনাই দিয়ে।

• تدبير الله لمصالح عباده فوق مستوى علمهم المحدود.
আল্লাহে বান্দাসকলৰ হিত এনেকৈ সুৰক্ষা কৰে, যিটো বান্দাসকলৰ সীমিত জ্ঞানে ঢুকি পোৱাটো সম্ভৱ নহয়।

• التحذير من استبدال رابطة الدين بحمية النسب أو الجاهلية.
দ্বীনৰ সম্পৰ্কক বংশ অথবা অজ্ঞতাৰ অহংকাৰৰ দ্বাৰা পৰিবৰ্তন কৰাৰ পৰা সতৰ্ক কৰা হৈছে।

• ظهور دين الإسلام سُنَّة ووعد إلهي تحقق.
ইছলাম ধৰ্মৰ বিজয় হৈছে পূৰ্ব নিৰ্ধাৰিত তথা আল্লাহৰ প্ৰতিশ্ৰুতি, যিটো বাস্তৱায়িত হৈছে।

 
மொழிபெயர்ப்பு வசனம்: (24) அத்தியாயம்: அல்பத்ஹ்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக