Check out the new design

పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం * - అనువాదాల విషయసూచిక


భావార్ధాల అనువాదం వచనం: (3) సూరహ్: అల్-ఫాతిహా
الرَّحْمٰنِ الرَّحِیْمِ ۟ۙ
পূৰ্বৱৰ্তী আয়াতত আল্লাহৰ প্ৰশংসাৰ পিছত ইয়াত তেওঁৰ গুণাৱলীৰ বৰ্ণনা কৰা হৈছে।
అరబీ భాషలోని ఖుర్ఆన్ వ్యాఖ్యానాలు:
ఈ పేజీలోని వచనాల ద్వారా లభించే ప్రయోజనాలు:
• افتتح الله تعالى كتابه بالبسملة؛ ليرشد عباده أن يبدؤوا أعمالهم وأقوالهم بها طلبًا لعونه وتوفيقه.
আল্লাহ তাআলাই তেওঁৰ এই কিতাবখন বিছমিল্লাহৰ দ্বাৰা আৰম্ভ কৰিছে। তেওঁৰ বান্দাসকলক এই শিক্ষা দিবলৈ যে, সিহঁতে যেন আল্লাহৰ সহায় আৰু তাওফীক প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যে নিজৰ কৰ্ম আৰু কথা ইয়াৰ দ্বাৰাই আৰম্ভ কৰে।

• من هدي عباد الله الصالحين في الدعاء البدء بتمجيد الله والثناء عليه سبحانه، ثم الشروع في الطلب.
দুআ সম্পৰ্কে আল্লাহৰ পূণ্যৱান ব্যক্তিসকলৰ এইটো পদ্ধতি আছিল যে, তেওঁলোকে পোনপ্ৰথমে আল্লাহৰ গৌৰৱ-গৰিমা ব্যক্ত কৰিছিল, তাৰ পিছত তেওঁৰ প্ৰশংসা কৰিছিল, তাৰ পিছতহে যি বিচাৰিব লগা আছিল সেয়া প্ৰাৰ্থনা কৰিছিল।

• تحذير المسلمين من التقصير في طلب الحق كالنصارى الضالين، أو عدم العمل بالحق الذي عرفوه كاليهود المغضوب عليهم.
পথভ্ৰষ্ট খৃষ্টানসকলৰ দৰে সত্যৰ সন্ধানত অৱহেলা কৰাৰ পৰা মুছলিমসকলক সতৰ্ক কৰা হৈছে। অথবা সত্য জনাৰ পিছতো তাৰ ওপৰত আমল নকৰাৰ পৰা সতৰ্ক কৰা হৈছে। এইটো আল্লাহৰ ক্ৰোধগ্ৰস্থ হোৱা ইয়াহুদীসকলৰ কাৰ্য।

• دلَّت السورة على أن كمال الإيمان يكون بإخلاص العبادة لله تعالى وطلب العون منه وحده دون سواه.
এই ছুৰাটোৱে প্ৰমাণ কৰে যে, পূৰ্ণ ঈমান প্ৰাপ্তিৰ বাবে আৱশ্যক হৈছে নিৰ্ভেজালভাৱে কেৱল এক আল্লাহৰ ইবাদত কৰা আৰু কেৱল তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰা, তেওঁৰ বাহিৰে আন কাৰো ওচৰত নহয়।

 
భావార్ధాల అనువాదం వచనం: (3) సూరహ్: అల్-ఫాతిహా
సూరాల విషయసూచిక పేజీ నెంబరు
 
పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - పవిత్ర ఖురాన్ యొక్క వివరణ యొక్క సారాంశం యొక్క అస్సామీ అనువాదం - అనువాదాల విషయసూచిక

మర్కజ్ తఫ్సీర్ లిల్ దిరాసాత్ అల్ ఖురానియ్యహ్ ప్రచురణ.

మూసివేయటం