แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (25) สูเราะฮ์: Yūnus
وَاللّٰهُ یَدْعُوْۤا اِلٰی دَارِ السَّلٰمِ ؕ— وَیَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
আল্লাহে সকলোকে তেওঁৰ জান্নাতৰ পিনে আহ্বান কৰে, যিটো হৈছে শান্তিৰ ঘৰ। য’ত মানুহ দুখ-কষ্ট আৰু বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব, লগতে মৃত্যুৰ পৰাও সুৰক্ষিত থাকিব। আল্লাহে যাক ইচ্ছা কৰে দ্বীন ইছলাম মানি চলাৰ তাওফীক প্ৰদান কৰে, আৰু এই ইছলামেই তাক শান্তিৰ ঘৰলৈ লৈ যাব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• الله أسرع مكرًا بمن مكر بعباده المؤمنين.
যিসকলে আল্লাহৰ মুমিন বান্দাসকলৰ লগত ষড়যন্ত্ৰ কৰে, সিহঁতৰ বিপক্ষে আল্লাহৰ কৌশল অধিক ক্ষীপ্ৰতৰ।

• بغي الإنسان عائد على نفسه ولا يضر إلا نفسه.
মানুহৰ অবাধ্যতাৰ পৰিণাম স্বয়ং সি নিজেই ভোগ কৰিব, তাৰ বাহিৰে আন কোনেও ক্ষতিৰ সন্মুখীন নহ'ব।

• بيان حقيقة الدنيا في سرعة انقضائها وزوالها، وما فيها من النعيم فهو فانٍ.
পৃথিৱীৰ বাস্তৱিকতাৰ বৰ্ণনা যে, ই অতিসোনকালে ধ্বংস হৈ যাব, আৰু ইয়াৰ সকলো সুখ নিঃশেষ হৈ যাব।

• الجنة هي مستقر المؤمن؛ لما فيها من النعيم والسلامة من المصائب والهموم.
মুমিনৰ বাসস্থান হৈছে জান্নাত, য’ত থাকিব সকলো প্ৰকাৰ নিয়ামত। আৰু সকলো প্ৰকাৰ দুশ্চিন্তা আৰু বিপদৰ পৰা মুক্তি।

 
แปลความหมาย​ อายะฮ์: (25) สูเราะฮ์: Yūnus
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม - สารบัญ​คำแปล

แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม,โดยศูนย์ตัฟซีร เพื่อการศึกษาอัลกุรอาน

ปิด