แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (26) สูเราะฮ์: Luqmān
لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— اِنَّ اللّٰهَ هُوَ الْغَنِیُّ الْحَمِیْدُ ۟
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোবোৰ বস্তু একমাত্ৰ আল্লাহৰেই। তেৱেঁই সৃষ্টি কৰিছে, তেৱেঁই মালিক আৰু তেৱেঁই এইবোৰক নিয়ন্ত্ৰণ কৰে। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। পৃথিৱী আৰু আখিৰাতত তেৱেঁই প্ৰশংসিত।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• نعم الله وسيلة لشكره والإيمان به، لا وسيلة للكفر به.
আল্লাহৰ নিয়ামতবোৰ হৈছে তেওঁৰ কৃতজ্ঞতা আৰু ঈমান পোষণ কৰাৰ মাধ্যম, তেওঁৰ লগত কুফৰী কৰাৰ মাধ্যম নহয়।

• خطر التقليد الأعمى، وخاصة في أمور الاعتقاد.
অন্ধানুকৰণৰ ভয়াৱহতা, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত।

• أهمية الاستسلام لله والانقياد له وإحسان العمل من أجل مرضاته.
আল্লাহৰ সন্মুখত পৰিপূৰ্ণৰূপে আত্মসমৰ্পন কৰা আৰু তেওঁৰ অনুসৰণৰ লগতে তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে সৎকৰ্ম কৰাৰ গুৰুত্ব।

• عدم تناهي كلمات الله.
আল্লাহৰ বাণীৰ কোনো অন্ত নাই।

 
แปลความหมาย​ อายะฮ์: (26) สูเราะฮ์: Luqmān
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม - สารบัญ​คำแปล

แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม,โดยศูนย์ตัฟซีร เพื่อการศึกษาอัลกุรอาน

ปิด