แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (155) สูเราะฮ์: As-Sāffāt
اَفَلَا تَذَكَّرُوْنَ ۟ۚ
তোমালোকে এই ভ্ৰষ্ট আক্বীদাহ সম্পৰ্কে চিন্তা-চৰ্চা নকৰা নেকি? কিয়নো যদি চিন্তা-চৰ্চা কৰিলাহেঁতেন তেন্তে কেতিয়াও এনেকুৱা কথা নক’লাহেঁতেন!
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• سُنَّة الله نصر المرسلين وورثتهم بالحجة والغلبة، وفي الآيات بشارة عظيمة؛ لمن اتصف بأنه من جند الله، أنه غالب منصور.
প্ৰমাণ আৰু বিজয় আদিৰ দ্বাৰা ৰাছুলসকলক সহায় কৰাটো পূৰ্বৰে পৰা চলি অহা আল্লাহৰ এটা নিৰ্ধাৰিত নিয়ম। উক্ত আয়াতত সেই ব্যক্তিৰ বাবে আছে মহা সুসংবাদ, যিয়ে আল্লাহৰ সেনা হৈ কাম কৰে। তেওঁ সদায় বিজয়প্ৰাপ্ত আৰু সহায়প্ৰাপ্ত থাকিব।

• في الآيات دليل على بيان عجز المشركين وعجز آلهتهم عن إضلال أحد، وبشارة لعباد الله المخلصين بأن الله بقدرته ينجيهم من إضلال الضالين المضلين.
উক্ত আয়াতবোৰত এই কথা প্ৰমাণিত হৈছে যে, মুশ্বৰিকসকল আৰু সিহঁতৰ উপাস্যবোৰ হৈছে বিৱশ, সিহঁতে কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে। লগতে আল্লাহৰ নিষ্ঠাৱান বান্দাসকলক এই সুসংবাদ দিয়া হৈছে যে, আল্লাহে তেওঁলোকক বিভ্ৰান্তিৰ পৰা আৰু বিভ্ৰান্তকাৰীৰ বিভ্ৰান্তিৰ পৰা সুৰক্ষিত ৰাখিব।

 
แปลความหมาย​ อายะฮ์: (155) สูเราะฮ์: As-Sāffāt
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม - สารบัญ​คำแปล

แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม,โดยศูนย์ตัฟซีร เพื่อการศึกษาอัลกุรอาน

ปิด