แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (42) สูเราะฮ์: An-Nisā’
یَوْمَىِٕذٍ یَّوَدُّ الَّذِیْنَ كَفَرُوْا وَعَصَوُا الرَّسُوْلَ لَوْ تُسَوّٰی بِهِمُ الْاَرْضُ ؕ— وَلَا یَكْتُمُوْنَ اللّٰهَ حَدِیْثًا ۟۠
সেই মহান দিনটোত আল্লাহক অস্বীকাৰকাৰী সকল আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰী সকল কামনা কৰিব যে, হায়! যদি মাটিত মিশ্ৰিত হৈ সমতল হৈ গলোহেঁতেন। সেইদিনা কোনেও আল্লাহৰ পৰা নিজৰ কৰ্ম গোপন কৰিব নোৱাৰিব। কিয়নো আল্লাহে সিহঁতৰ জিভাত তলা ওলোমাই দিব, ফলত সিহঁতে কথা কব নোৱাৰিব। আৰু সিহঁতৰ অংঙ্গ প্ৰতঙ্গই আল্লাহৰ আদেশত সিহঁতৰ বিপক্ষে সিহঁতৰ কৰ্মৰ সাক্ষী প্ৰদান কৰিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• من كمال عدله تعالى وتمام رحمته أنه لا يظلم عباده شيئًا مهما كان قليلًا، ويتفضل عليهم بمضاعفة حسناتهم.
আল্লাহৰ পূৰ্ণ ন্যায়পৰায়ণতা আৰু তেওঁৰ অসীম কৃপাৰ এটা নিদৰ্শন এই যে, তেওঁ বান্দাৰ প্ৰতি অকণো অন্যায় নকৰে, বৰং নিজ অনুগ্ৰহত সিহঁতৰ নেকীসমূহক কেইবা গুণ বৃদ্ধি কৰি দিয়ে।

• من شدة هول يوم القيامة وعظم ما ينتظر الكافر يتمنى أن يكون ترابًا.
ক্বিয়ামত দিৱসৰ অৱস্থা ইমান ভয়াৱহ হব আৰু কাফিৰসকলে শাস্তিৰ পৰা ইমান ভয় কৰিব যে, সিহঁতে মাটিত মিহলি হৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিব।

• الجنابة تمنع من الصلاة والبقاء في المسجد، ولا بأس من المرور به دون مُكْث فيه.
জুনুবী অৱস্থাত ছালাত আদায় কৰা তথা মছজিদত অৱস্থান কৰা নিষিদ্ধ, আনহাতে অৱস্থান নকৰাকৈ পাৰ হৈ যোৱাত কোনো অসুবিধা নাই।

• تيسير الله على عباده بمشروعية التيمم عند فقد الماء أو عدم القدرة على استعماله.
পানী নোপোৱা অৱস্থাত তথা পানী ব্যৱহাৰ কৰিবলৈ সামৰ্থ নথকা অৱস্থাত আল্লাহে তায়াম্মুম কৰাৰ অনুমতি প্ৰদান কৰি তেওঁৰ বান্দাসকলৰ বাবে সহজ কৰি দিছে।

 
แปลความหมาย​ อายะฮ์: (42) สูเราะฮ์: An-Nisā’
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม - สารบัญ​คำแปล

แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม,โดยศูนย์ตัฟซีร เพื่อการศึกษาอัลกุรอาน

ปิด