แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม * - สารบัญ​คำแปล


แปลความหมาย​ อายะฮ์: (3) สูเราะฮ์: Al-Hashr
وَلَوْلَاۤ اَنْ كَتَبَ اللّٰهُ عَلَیْهِمُ الْجَلَآءَ لَعَذَّبَهُمْ فِی الدُّنْیَا ؕ— وَلَهُمْ فِی الْاٰخِرَةِ عَذَابُ النَّارِ ۟
যদি আল্লাহে সিহঁতৰ ভাগ্যত নিৰ্বাসনদণ্ড নিৰ্ধাৰণ নকৰিলেহেঁতেন তেন্তে আল্লাহে সিহঁতক পৃথিৱীত হত্যা আৰু বন্দীৰ শাস্তি বিহিলেহেঁতেন। আৰু পৰকালত সিহঁতৰ বাবে আছে অগ্নিৰ শাস্তি, যিটো সিহঁতৰ অপেক্ষাত আছে। সিহঁতে তাত চিৰকাল থাকিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• المحبة التي لا تجعل المسلم يتبرأ من دين الكافر ويكرهه، فإنها محرمة، أما المحبة الفطرية؛ كمحبة المسلم لقريبه الكافر، فإنها جائزة.
যি ভালপোৱাৰ ফলত এজন মুছলিমে কাফিৰৰ ধৰ্মৰ পৰা নিজকে পৃথক নকৰে অথবা তাক অপছন্দ নকৰে তেনেকুৱা মুহাব্বত হাৰাম। আনহাতে স্বভাৱগত মুহাব্বত বৈধ, যেনে, এজন মুছলিমে পৰিচিত কাফিৰসকলক ভালপায়।

• رابطة الإيمان أوثق الروابط بين أهل الإيمان.
ঈমান্দাৰসকলৰ মাজত সৱাতোকৈ মজবুত সম্পৰ্ক হৈছে ঈমানৰ সম্পৰ্ক।

• قد يعلو أهل الباطل حتى يُظن أنهم لن ينهزموا، فتأتي هزيمتهم من حيث لا يتوقعون.
কেতিয়াবা বাতিলপন্থীসকল ইমান শক্তিশালী হৈ পৰে এনেকুৱা লাগে যেন সিহঁত কেতিয়াও পৰাজিত নহ'ব। কিন্তু হঠাৎ পৰাজয় এনেকুৱা দিশৰ পৰা আহি যায় যে, সিহঁতে কল্পনাও কৰিব নোৱাৰে।

• من قدر الله في الناس دفع المصائب بوقوع ما دونها من المصائب.
আল্লাহে মানুহৰ ডাঙৰ বিপদক সৰু বিপদৰ জৰিয়তে দূৰ কৰি দিয়ে।

 
แปลความหมาย​ อายะฮ์: (3) สูเราะฮ์: Al-Hashr
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม - สารบัญ​คำแปล

แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม,โดยศูนย์ตัฟซีร เพื่อการศึกษาอัลกุรอาน

ปิด