Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Indise ng mga Salin


Salin ng mga Kahulugan Ayah: (6) Surah: Al-Mulk
وَلِلَّذِیْنَ كَفَرُوْا بِرَبِّهِمْ عَذَابُ جَهَنَّمَ ؕ— وَبِئْسَ الْمَصِیْرُ ۟
আৰু যিসকলে নিজ প্ৰতিপালকক অস্বীকাৰ কৰে সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা উত্তপ্ত অগ্নিৰ শাস্তি আছে। আৰু সেয়া অতি বেয়া প্ৰত্যাৱৰ্তনস্থল যত সিহঁত ওভতি যাব লাগিব।
Ang mga Tafsir na Arabe:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• في معرفة الحكمة من خلق الموت والحياة وجوب المبادرة للعمل الصالح قبل الموت.
মৃত্যু আৰু জীৱনৰ ৰহস্যত এই কথা লুপ্ত হৈ আছে যে. বান্দাৰ মৃত্যু অহাৰ আগতে সৎ কৰ্ম কৰিবলৈ খৰখেদা কৰা উচিত।

• حَنَقُ جهنم على الكفار وغيظها غيرةً لله سبحانه.
জাহান্নাম আল্লাহৰ বাবে গৌৰৱ স্বৰূপ আৰু কাফিৰবিলাকৰ বিৰুদ্ধে প্ৰকোপ আৰু ক্ৰোধ প্ৰকাশ।

• سبق الجن الإنس في ارتياد الفضاء وكل من تعدى حده منهم، فإنه سيناله الرصد بعقاب.
এই কথাৰ উল্লেখ যে, জিনে শূন্যত বিচৰণ কৰে আৰু তাৰ পৰা যিয়েই সীমাৰ বাহিৰত যাবলৈ প্ৰয়াস কৰে সি শাস্তিৰ সন্মুখীন হ’ব লগা হয়।

• طاعة الله وخشيته في الخلوات من أسباب المغفرة ودخول الجنة.
আল্লাহৰ আনুগত্য আৰু একান্ত অৱস্থাত তেওঁক ভয় কৰা, এইটো ক্ষমা প্ৰাপ্তিৰ আৰু জান্নাত প্ৰৱেশ কৰাৰ উপায় বা মাধ্যম।

 
Salin ng mga Kahulugan Ayah: (6) Surah: Al-Mulk
Indise ng mga Surah Numero ng Pahina
 
Salin ng mga Kahulugan ng Marangal na Qur'an - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Indise ng mga Salin

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Isara