《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (58) 章: 优素福
وَجَآءَ اِخْوَةُ یُوْسُفَ فَدَخَلُوْا عَلَیْهِ فَعَرَفَهُمْ وَهُمْ لَهٗ مُنْكِرُوْنَ ۟
ইউছুফৰ ভাতৃসকলে নিজৰ বয়-বস্তুৰ লগত মিচৰ ভূমিত গৈ উপস্থিত হ'ল। যেতিয়া সিহঁত তেওঁৰ ওচৰত গৈ উপস্থিত হ'ল, তেওঁ সিহঁতক চিনি পালে যে সিহঁত তেওঁৰ ভাতৃ। কিন্তু সিহঁতে চিনি পোৱা নাছিল যে তেওঁ সিহঁতৰ ভাই। কাৰণ দীৰ্ঘ সময় অতিবাহিত হৈছিল আৰু তেওঁৰ আকাৰ আকৃতিও পৰিবৰ্তন হৈছিল। যেতিয়া সিহঁতে তেওঁক কুঁৱাত নিক্ষেপ কৰিছিল তেতিয়া তেওঁ শিশু অৱস্থাত আছিল।
阿拉伯语经注:
这业中每段经文的优越:
• من أعداء المؤمن: نفسه التي بين جنبيه؛ لذا وجب عليه مراقبتها وتقويم اعوجاجها.
মুমিনৰ অন্যতম শত্ৰু হৈছে তাৰ অন্তৰ। এতেকে সদায় ইয়াৰ চোৱাচিতা কৰা জৰুৰী তথা ইয়াক বক্ৰতাৰ পৰা ঠিক কৰা আৱশ্যক।

• اشتراط العلم والأمانة فيمن يتولى منصبًا يصلح به أمر العامة.
সৰ্বসাধাৰণৰ কল্যাণৰ বাবে কোনো পদত অধিষ্ঠিত হ'বলৈ জ্ঞান তথা আমানতদাৰ হোৱা চৰ্ত।

• بيان أن ما في الآخرة من فضل الله، إنما هو خير وأبقى وأفضل لأهل الإيمان.
এই কথাৰ বৰ্ণনা যে, আখিৰাতত যি আছে সেয়া আল্লাহৰ কৃপাতে লাভ হ'ব। নিশ্চয় সেয়া মুমিনসকলৰ বাবে কল্যাণকৰ, চিৰস্থায়ী তথা উত্তম।

• جواز طلب الرجل المنصب ومدحه لنفسه إن دعت الحاجة، وكان مريدًا للخير والصلاح.
প্ৰয়োজনত নিজৰ বাবে পদ বিচৰা তথা নিজৰ প্ৰশংসা কৰা বৈধ, যদি তেওঁ কল্যাণ তথা সংশোধন কৰিব বিচাৰে।

 
含义的翻译 段: (58) 章: 优素福
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭