Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (93) 章: 开海菲
حَتّٰۤی اِذَا بَلَغَ بَیْنَ السَّدَّیْنِ وَجَدَ مِنْ دُوْنِهِمَا قَوْمًا ۙ— لَّا یَكَادُوْنَ یَفْقَهُوْنَ قَوْلًا ۟
গৈ গৈ তেওঁ যেতিয়া দুই পৰ্বতৰ মাজৰ উপত্যকা এখন পালে, সেই পৰ্বত দুখনৰ সিপাৰে এনেকুৱা এটা জাতিক লগ পালে, যিসকলে অন্য লোকৰ ভাষা বুজি পাবলৈ সক্ষম নাছিল।
阿拉伯语经注:
这业中每段经文的优越:
• أن ذا القرنين أحد الملوك المؤمنين الذين ملكوا الدنيا وسيطروا على أهلها، فقد آتاه الله ملكًا واسعًا، ومنحه حكمة وهيبة وعلمًا نافعًا.
জুল-কাৰ্ণাইন মুমিন শাসকসকলৰ অন্যতম এজন শাসক আছিল, যিয়ে পৃথিৱীত ৰাজত্ব কৰিছিল, আৰু ইয়াৰ অধিবাসীসকলৰ ওপৰত শাসন চলাইছিল। আল্লাহে তেওঁক বিশাল ৰাজত্ব প্ৰদান কৰিছিল, তথা তেওঁক হিকমত, প্ৰতাপ আৰু উপযোগী জ্ঞান প্ৰদান কৰিছিল।

• من واجب الملك أو الحاكم أن يقوم بحماية الخلق في حفظ ديارهم، وإصلاح ثغورهم من أموالهم.
প্ৰত্যেক ৰজা অথবা শাসকৰ কৰ্তব্য হৈছে, জনতাৰ ধনেৰে তেওঁলোকৰ ঘৰ-দুৱাৰ আৰু চাৰিওফালৰ সীমাৰ সুৰক্ষাৰ দ্বাৰা তেওঁলোকৰ সম্পূৰ্ণ সুৰক্ষা সুনিশ্চিত কৰা।

• أهل الصلاح والإخلاص يحرصون على إنجاز الأعمال ابتغاء وجه الله.
সদাচাৰী আৰু নিষ্ঠাৱান লোকসকলৰ সকলো কৰ্মৰ উদ্দেশ্য হৈছে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰা।

 
含义的翻译 段: (93) 章: 开海菲
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭