Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (110) 章: 安比亚仪
اِنَّهٗ یَعْلَمُ الْجَهْرَ مِنَ الْقَوْلِ وَیَعْلَمُ مَا تَكْتُمُوْنَ ۟
তোমালোকে প্ৰকাশ কৰা আৰু গোপন কৰা সকলো তথ্য নিশ্চিতভাৱে আল্লাহে ভালদৰেই জানে। তোমালোকৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
阿拉伯语经注:
这业中每段经文的优越:
• الصلاح سبب للتمكين في الأرض.
সদাচাৰিতা হৈছে পৃথিৱীত প্ৰতিষ্ঠা লাভ কৰাৰ অন্যতম কাৰণ।

• بعثة النبي صلى الله عليه وسلم وشرعه وسنته رحمة للعالمين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰণ, তেওঁৰ চৰীয়ত আৰু তেওঁৰ ছুন্নত সকলো সৃষ্টিৰ বাবে ৰহমত।

• الرسول صلى الله عليه وسلم لا يعلم الغيب.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম গায়েবী জ্ঞান সম্পৰ্কে অৱগত নহয়।

• علم الله بما يصدر من عباده من قول.
বান্দাৰ মুখৰ পৰা উলিওৱা সকলো কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত।

 
含义的翻译 段: (110) 章: 安比亚仪
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭