Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (92) 章: 安比亚仪
اِنَّ هٰذِهٖۤ اُمَّتُكُمْ اُمَّةً وَّاحِدَةً ۖؗ— وَّاَنَا رَبُّكُمْ فَاعْبُدُوْنِ ۟
হে মানৱজাতি! তোমালোকৰ এই সম্প্ৰদায়, মূলতে এটাই সম্প্ৰদায়। সেইটো হৈছে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত ইছলাম ধৰ্ম। ময়েই তোমালোকৰ প্ৰতিপালক, গতিকে নিৰ্ভেজালভাৱে কেৱল মোৰেই ইবাদত কৰা।
阿拉伯语经注:
这业中每段经文的优越:
• التنويه بالعفاف وبيان فضله.
সতী-সাধ্বী তথা সততাৰ প্ৰশংসা আৰু ইয়াৰ মহত্বৰ বৰ্ণনা।

• اتفاق الرسالات السماوية في التوحيد وأسس العبادات.
তাওহীদ আৰু ইবাদতৰ মূল ভিত্তিৰ ক্ষেত্ৰত সকলো আচমানী ধৰ্ম এক।

• فَتْح سد يأجوج ومأجوج من علامات الساعة الكبرى.
ইয়াজুজ আৰু মাজুজৰ বান্ধোন খুলি যোৱাটো হৈছে কিয়ামতৰ এটা ডাঙৰ প্ৰতীক।

• الغفلة عن الاستعداد ليوم القيامة سبب لمعاناة أهوالها.
কিয়ামত দিৱসৰ বাবে প্ৰস্তুতি নোলোৱাৰ ক্ষেত্ৰত অমনোযোগিতাৰ কাৰণে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব।

 
含义的翻译 段: (92) 章: 安比亚仪
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭