《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (106) 章: 舍尔拉仪
اِذْ قَالَ لَهُمْ اَخُوْهُمْ نُوْحٌ اَلَا تَتَّقُوْنَ ۟ۚ
স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ বংশীয় ভাই নূহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁৰ ভয়ত আনৰ উপাসনা কৰা এৰি নিদিয়া কিয়?!
阿拉伯语经注:
这业中每段经文的优越:
• أهمية سلامة القلب من الأمراض كالحسد والرياء والعُجب.
অন্তৰক ঈৰ্ষা, লোকপ্ৰদৰ্শন তথা অহংকাৰ আদিৰ দৰে ৰোগৰ পৰা পৱিত্ৰ ৰখাৰ গুৰুত্ব।

• تعليق المسؤولية عن الضلال على المضلين لا تنفع الضالين.
বিভ্ৰান্ত কৰাৰ দোষ পথভ্ৰষ্টকাৰীসকলৰ কান্ধত জাপি দিয়াটো পথভ্ৰষ্টসকলৰ বাবে কেতিয়াও উপকাৰী হ'ব নোৱাৰে।

• التكذيب برسول الله تكذيب بجميع الرسل.
আল্লাহৰ যিকোনো এজন ৰাছুলক অস্বীকাৰ কৰাটোৱে গোটেই ৰাছুলসকলক অস্বীকাৰ কৰা বুজায়।

• حُسن التخلص في قصة إبراهيم من الاستطراد في ذكر القيامة ثم الرجوع إلى خاتمة القصة.
ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা বৰ্ণনা কৰাৰ পিছত কিয়ামতৰ বিষয়ে বৰ্ণনা কৰি, পুনৰ ঘটনালৈ উভতি অহাটো সুন্দৰ সমাপ্তি হৈছে।

 
含义的翻译 段: (106) 章: 舍尔拉仪
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭