Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (56) 章: 尔开布特
یٰعِبَادِیَ الَّذِیْنَ اٰمَنُوْۤا اِنَّ اَرْضِیْ وَاسِعَةٌ فَاِیَّایَ فَاعْبُدُوْنِ ۟
হে মোৰ বান্দাসকল! যিসকলে মোৰ প্ৰতি ঈমান পোষণ কৰিছা, তোমালোকে সেই ভূমিৰ পৰা হিজৰত কৰা, যি ভূমিত মোৰ ইবাদত কৰা কঠিন হৈ পৰিছে। নিশ্চয় মোৰ এই ধৰা অতি বিশাল। গতিকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা। লগতে মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা।
阿拉伯语经注:
这业中每段经文的优越:
• استعجال الكافر بالعذاب دليل على حمقه.
শাস্তিৰ বাবে খৰখেদা কৰাটো কাফিৰসকলৰ মুৰ্খতাৰ পৰিচয়।

• باب الهجرة من أجل سلامة الدين مفتوح.
দ্বীন ৰক্ষা কৰিবলৈ হিজৰতৰ দুৱাৰ সদায় উন্মুক্ত।

• فضل الصبر والتوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব।

• الإقرار بالربوبية دون الإقرار بالألوهية لا يحقق لصاحبه النجاة والإيمان.
আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰাকৈ, কেৱল তেওঁৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই কেতিয়াও মানুহ মুমিন হ’ব নোৱাৰে আৰু ইয়াৰ ফলত মুক্তি লাভ কৰাও সম্ভৱ নহয়।

 
含义的翻译 段: (56) 章: 尔开布特
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭