《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (126) 章: 隋法提
اللّٰهَ رَبَّكُمْ وَرَبَّ اٰبَآىِٕكُمُ الْاَوَّلِیْنَ ۟
অথচ আল্লাহেই হৈছে তোমালোকৰ প্ৰকৃত প্ৰতিপালক, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তথা তোমালোকৰ পূৰ্ব-পুৰুষসকলকো তেৱেঁই সৃষ্টি কৰিছিল। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। এই মূৰ্ত্তিবোৰ কেতিয়াও উপাসনাৰ যোগ্য নহয়, যিবোৰে উপকাৰ বা অপকাৰ কৰিবলৈও সক্ষম নহয়।
阿拉伯语经注:
这业中每段经文的优越:
• قوله: ﴿فَلَمَّآ أَسْلَمَا﴾ دليل على أن إبراهيم وإسماعيل عليهما السلام كانا في غاية التسليم لأمر الله تعالى.
আল্লাহ তাআলাৰ এই বাণীয়ে (فَلَمَّآ أَسْلَمَا) প্ৰমাণ কৰে যে, ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালাম উভয়েই আল্লাহৰ আদেশত শিৰ নত কৰিছিল।

• من مقاصد الشرع تحرير العباد من عبودية البشر.
চৰীয়তৰ উদ্দেশ্যসমূহৰ পৰা এটা মহৎ উদ্দেশ্য হৈছে, তেওঁৰ বান্দাসকলক মানুহৰ দাসত্বৰ পৰা উলিয়াই অনা।

• الثناء الحسن والذكر الطيب من النعيم المعجل في الدنيا.
প্ৰশংসা আৰু ভাল চৰ্চা সেইবোৰ নিয়ামতৰ অন্তৰ্ভুক্ত, যিবোৰ বান্দাই পৃথিৱীত লাভ কৰে।

 
含义的翻译 段: (126) 章: 隋法提
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭