Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (60) 章: 艾菲拉
وَقَالَ رَبُّكُمُ ادْعُوْنِیْۤ اَسْتَجِبْ لَكُمْ ؕ— اِنَّ الَّذِیْنَ یَسْتَكْبِرُوْنَ عَنْ عِبَادَتِیْ سَیَدْخُلُوْنَ جَهَنَّمَ دٰخِرِیْنَ ۟۠
হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকে কৈছে যে, তোমালোকে একমাত্ৰ মোৰেই ইবাদত কৰা আৰু কেৱল মোৰ ওচৰতেই প্ৰাৰ্থনা কৰা। মই তোমালোকৰ প্ৰাৰ্থনা কবূল কৰিম, তোমালোকক ক্ষমা কৰিম তথা তোমালোকৰ প্ৰতি দয়া কৰিম। নিশ্চয় যিসকলে এককভাৱে মোৰ ইবাদত কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰে, শীঘ্ৰেই সিহঁতে কিয়ামতৰ দিনা লাঞ্ছিত অপমানিত হৈ জাহান্নামত প্ৰৱেশ কৰিব।
阿拉伯语经注:
这业中每段经文的优越:
• دخول الدعاء في مفهوم العبادة التي لا تصرف إلا إلى الله؛ لأن الدعاء هو عين العبادة.
দুআও এক প্ৰকাৰ ইবাদত, গতিকে আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা বৈধ নহয়। এক কথাত দুআই হৈছে প্ৰকৃত ইবাদত।

• نعم الله تقتضي من العباد الشكر.
আল্লাহৰ নিয়ামতসমূহৰ দাবী হৈছে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।

• ثبوت صفة الحياة لله.
আল্লাহ যে চিৰঞ্জীৱ ইয়াৰ প্ৰমাণ।

• أهمية الإخلاص في العمل.
কৰ্মত নিষ্ঠাৰ গুৰুত্ব।

 
含义的翻译 段: (60) 章: 艾菲拉
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭