《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (69) 章: 宰哈柔福
اَلَّذِیْنَ اٰمَنُوْا بِاٰیٰتِنَا وَكَانُوْا مُسْلِمِیْنَ ۟ۚ
যিসকলে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰতি ঈমান পোষণ কৰে তথা কোৰআন মুতাবিক আমল কৰে, তেওঁলোকেই আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত ৰাখে।
阿拉伯语经注:
这业中每段经文的优越:
• نزول عيسى من علامات الساعة الكبرى.
ঈছা আলাইহিচ্ছালামৰ অৱতৰণ হৈছে কিয়ামতৰ অন্যতম এটা ডাঙৰ প্ৰতীক।

• انقطاع خُلَّة الفساق يوم القيامة، ودوام خُلَّة المتقين.
কিয়ামতৰ দিনা পাপিষ্ঠসকলৰ বন্ধুত্ব বিচ্ছিন্ন হ’ব, আৰু মুত্ত্বাক্বীসকলৰ বন্ধুত্ব হ’ব স্থায়ী।

• بشارة الله للمؤمنين وتطمينه لهم عما خلفوا وراءهم من الدنيا وعما يستقبلونه في الآخرة.
আল্লাহে মুমিনসকলক সুসংবাদ দিছে তথা আশ্বস্ত প্ৰদান কৰি কৈছে যে, পৃথিৱীত এৰি থৈ যোৱা সা-সম্পদৰ বিষয়ে তেওঁলোকৰ চিন্তা কৰিবলগীয়া একো নাই, লগতে আখিৰাতত সন্মুখীন হ’বলগীয়া বিষয়বোৰকলৈও তেওঁলোকৰ কোনো ভয় নাই।

 
含义的翻译 段: (69) 章: 宰哈柔福
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭