Check out the new design

《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (17) 章: 杜哈尼
وَلَقَدْ فَتَنَّا قَبْلَهُمْ قَوْمَ فِرْعَوْنَ وَجَآءَهُمْ رَسُوْلٌ كَرِیْمٌ ۟ۙ
সিহঁতৰ পূৰ্বে আমি ফিৰআউন সম্প্ৰদায়কো পৰীক্ষা কৰিছিলোঁ। সিহঁতৰ ওচৰলৈও সন্মানিত ৰাছুল প্ৰেৰিত হৈছে, তেওঁ সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰিছিল। তেওঁ আছিল মুছা আলাইহিচ্ছালাম।
阿拉伯语经注:
这业中每段经文的优越:
• نزول القرآن في ليلة القدر التي هي كثيرة الخيرات دلالة على عظم قدره.
অসংখ্য কল্যাণ নিহিত থকা কদৰৰ ৰাতিত এই কোৰআন অৱতীৰ্ণ হৈছে, ইয়ে কোৰআনৰ গুৰুত্ব প্ৰমাণ কৰে।

• بعثة الرسل ونزول القرآن من مظاهر رحمة الله بعباده.
ৰাছুল প্ৰেৰণ, কোৰআন অৱতীৰ্ণ আদি হৈছে বান্দাসকলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ।

• رسالات الأنبياء تحرير للمستضعفين من قبضة المتكبرين.
ৰাছুলসকলৰ ৰিছালতৰ উদ্দেশ্য হৈছে দুৰ্বল লোকসকলক অহংকাৰী লোকৰ অধীনৰ পৰা স্বাধীন কৰা।

 
含义的翻译 段: (17) 章: 杜哈尼
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经注释研究中心发行。

关闭