《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (29) 章: 嘎夫
مَا یُبَدَّلُ الْقَوْلُ لَدَیَّ وَمَاۤ اَنَا بِظَلَّامٍ لِّلْعَبِیْدِ ۟۠
মোৰ ইয়াত কথা পৰিবৰ্তন কৰা নহয় আৰু প্ৰতিশ্ৰুতিও ভঙ্গ কৰা নহয়, আনহাতে মই মোৰ বান্দাসকলৰ ওপৰত তেওঁলোকৰ ছোৱাব হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি কেতিয়াও অন্যায় নকৰোঁ। বৰং মই কেৱল তেওঁলোকৰ আমলৰ প্ৰতিদান দিওঁ।
阿拉伯语经注:
这业中每段经文的优越:
• علم الله بما يخطر في النفوس من خير وشر.
মানুহৰ অন্তৰত উদ্ভৱ হোৱা ভাল-বেয়া ধাৰণা সম্পৰ্কেও আল্লাহ অৱগত।

• خطورة الغفلة عن الدار الآخرة.
আখিৰাতৰ পৰা অমনোযোগিতা হৈছে অতি ভয়াৱহ।

• ثبوت صفة العدل لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘ন্যায়’ সম্পৰ্কে প্ৰমাণ পোৱা গ’ল।

 
含义的翻译 段: (29) 章: 嘎夫
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭