《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (17) 章: 奈智姆
مَا زَاغَ الْبَصَرُ وَمَا طَغٰی ۟
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৃষ্টি সোঁৱে-বাঁওৱেও যোৱা নাছিল, আৰু যি দেখিবলৈ আদেশ দিয়া হৈছিল সেই সীমা অতিক্ৰমও কৰা নাছিল।
阿拉伯语经注:
这业中每段经文的优越:
• كمال أدب النبي صلى الله عليه وسلم حيث لم يَزغْ بصره وهو في السماء السابعة.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্ণ শিষ্টাচাৰৰ প্ৰমাণ যে, তেওঁ সপ্তম আকাশতো দৃষ্টি ইফাল-সিফাল কৰা নাছিল।

• سفاهة عقل المشركين حيث عبدوا شيئًا لا يضر ولا ينفع، ونسبوا لله ما يكرهون واصطفوا لهم ما يحبون.
এইটো মুশ্বৰিকসকলৰ বিবেকহীনতাৰ প্ৰমাণ যে, সিহঁতে এনেকুৱা বস্তুৰ উপাসনা কৰে যিবোৰে ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। তথা সিহঁতে আল্লাহৰ সৈতে এনেকুৱা বিষয় সম্পৃক্ত কৰে, যিবোৰক সিহঁতে নিজৰ বাবে অপছন্দ কৰে। আনহাতে নিজৰ বাবে সেইবোৰ বাচি লয়, যিবোৰ সিহঁতে পছন্দ কৰে।

• الشفاعة لا تقع إلا بشرطين: الإذن للشافع، والرضا عن المشفوع له.
মধ্যস্ততা দুটা চৰ্তত সাব্যস্ত হ’বঃ মধ্যস্ততাকাৰী ব্যক্তিয়ে অনুমতি পাব লাগিব; আৰু যাৰ সপক্ষে মধ্যস্ততা কৰা হ’ব, তেওঁৰ ওপৰত আল্লাহ সন্তুষ্ট হ’ব লাগিব।

 
含义的翻译 段: (17) 章: 奈智姆
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭