《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (16) 章: 穆资米拉
فَعَصٰی فِرْعَوْنُ الرَّسُوْلَ فَاَخَذْنٰهُ اَخْذًا وَّبِیْلًا ۟
এতেকে ফিৰআউনে তাৰ প্ৰতিপালকে প্ৰেৰণ কৰা ৰাছুলক অমান্য কৰিলে। ফলত আমি তাক কঠোৰ শাস্তি প্ৰদান কৰি সাগৰত ডুবাই দিলো।আৰু পৰকালত প্ৰদান কৰিম অগ্নিৰ শাস্তি। গতিকে তোমালোকে নিজৰ ৰাছুলক অমান্য নকৰিবা। অন্যথা তোমালোকেও তেনেকুৱাই শাস্তিৰ সন্মুখীন হব লাগিব।
阿拉伯语经注:
这业中每段经文的优越:
• أهمية قيام الليل وتلاوة القرآن وذكر الله والصبر للداعية إلى الله.
দাঈ সকলৰ বাবে ৰাতিত জাগি ছালাত আদায় কৰা, কোৰআন তিলাৱত কৰা, আল্লাহৰ যিকিৰ-আজকাৰ কৰা আৰু ধৈৰ্য ধাৰণ কৰাৰ মহত্ব।

• فراغ القلب في الليل له أثر في الحفظ والفهم.
ৰাতিত অন্তৰখন সুস্থ আৰু মুকলি থাকে। সেয়ে এই সময়ত মুখস্থ কৰা, কোনো বিষয় বুজা বা হৃদয়ঙ্গম কৰিবলৈ ভাল প্ৰভাৱ পৰে।

• تحمّل التكاليف يقتضي تربية صارمة.
চৰীয়তৰ আদেশ-নিষেধ পালনৰ বাবে সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন হয়।

• الترف والتوسع في التنعم يصدّ عن سبيل الله.
অত্যাধিক সচ্চলতা আৰু অনুগ্ৰহৰ প্ৰাচুৰ্যতাই মানুহক আল্লাহৰ পথৰ পৰা বিৰত ৰাখে।

 
含义的翻译 段: (16) 章: 穆资米拉
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭