《古兰经》译解 - 阿萨姆邦语翻译。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 段: (39) 章: 麦尔彦
وَاَنْذِرْهُمْ یَوْمَ الْحَسْرَةِ اِذْ قُضِیَ الْاَمْرُ ۘ— وَهُمْ فِیْ غَفْلَةٍ وَّهُمْ لَا یُؤْمِنُوْنَ ۟
(হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁতে ঈমান পোষণ নকৰে।
阿拉伯语经注:
 
含义的翻译 段: (39) 章: 麦尔彦
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译。 - 译解目录

古兰经阿萨姆邦语译解,拉菲格·伊斯俩姆·哈比布·拉哈曼长老翻译,伊历1438年出版发行。

关闭