《古兰经》译解 - 阿萨姆邦语翻译。 * - 译解目录

PDF XML CSV Excel API
Please review the Terms and Policies

含义的翻译 段: (90) 章: 艾奈尔姆
اُولٰٓىِٕكَ الَّذِیْنَ هَدَی اللّٰهُ فَبِهُدٰىهُمُ اقْتَدِهْ ؕ— قُلْ لَّاۤ اَسْـَٔلُكُمْ عَلَیْهِ اَجْرًا ؕ— اِنْ هُوَ اِلَّا ذِكْرٰی لِلْعٰلَمِیْنَ ۟۠
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।
阿拉伯语经注:
 
含义的翻译 段: (90) 章: 艾奈尔姆
章节目录 页码
 
《古兰经》译解 - 阿萨姆邦语翻译。 - 译解目录

古兰经阿萨姆邦语译解,拉菲格·伊斯俩姆·哈比布·拉哈曼长老翻译,伊历1438年出版发行。

关闭