የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

আন-নূৰ

ከሱራዋ ጥቅል ሀሳብ መካከል:
الدعوة إلى العفاف وحماية الأعراض.
সৎ চৰিত্ৰ অৱলম্বনৰ প্ৰতি আৰু সন্মান ৰক্ষাৰ প্ৰতি আহ্বান। info

external-link copy
1 : 24

سُوْرَةٌ اَنْزَلْنٰهَا وَفَرَضْنٰهَا وَاَنْزَلْنَا فِیْهَاۤ اٰیٰتٍۢ بَیِّنٰتٍ لَّعَلَّكُمْ تَذَكَّرُوْنَ ۟

এইটো এটা ছুৰা যিটোক আমি অৱতীৰ্ণ কৰিছোঁ, আৰু ইয়াৰ আদেশৰ প্ৰতি আমল কৰিবলৈ অনিবাৰ্য কৰিছোঁ। লগতে ইয়াত স্পষ্ট আয়াত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সেইমতে আমল কৰা। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• التمهيد للحديث عن الأمور العظام بما يؤذن بعظمها.
গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনা কৰাৰ পূৰ্বে ভূমিকা উপস্থাপন কৰা, যি ভূমিকাই সেই আলোচনাৰ গুৰুত্বৰ প্ৰতি ইংগিত কৰে। info

• الزاني يفقد الاحترام والرحمة في المجتمع المسلم.
ব্যাভিচাৰী ব্যক্তি মুছলিম সমাজত সন্মান তথা দয়া পোৱাৰ উপযুক্ত নহয়। info

• الحصار الاجتماعي على الزناة وسيلة لتحصين المجتمع منهم، ووسيلة لردعهم عن الزنى.
ব্যাভিচাৰী ব্যক্তিৰ বাবে মুছলিম সমাজত সংকীৰ্ণতা সৃষ্টি কৰাটো হৈছে সমাজক সিহঁতৰ পৰা ৰক্ষা কৰা, আৰু ব্যাভিচাৰী ব্যক্তিক ব্যাভিচাৰৰ পৰা প্ৰতিৰোধ কৰাৰ উত্তম উপায়। info

• تنويع عقوبة القاذف إلى عقوبة مادية (الحد)، ومعنوية (رد شهادته، والحكم عليه بالفسق) دليل على خطورة هذا الفعل.
ব্যাভিচাৰৰ আৰোপ লগোৱা ব্যাক্তিৰ বাবে শাৰীৰিক শাস্তি আৰু অভৌতিক শাস্তি (যেনে তাৰ সাক্ষ্য প্ৰত্যাখ্যান কৰা আৰু তাক অৱজ্ঞাকাৰী বুলি ঘোষণা কৰা) নিৰ্ধাৰণ কৰাটোৱে প্ৰমাণ কৰে যে, এইটো এটা জঘণ্য অপৰাধ। info

• لا يثبت الزنى إلا ببينة، وادعاؤه دونها قذف.
ব্যাভিচাৰ প্ৰমাণ কৰিবলৈ সাক্ষীৰ প্ৰয়োজন। সাক্ষী নাথাকিলে মিছা আৰোপ বুলি গণ্য হ'ব। info