የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
6 : 24

وَالَّذِیْنَ یَرْمُوْنَ اَزْوَاجَهُمْ وَلَمْ یَكُنْ لَّهُمْ شُهَدَآءُ اِلَّاۤ اَنْفُسُهُمْ فَشَهَادَةُ اَحَدِهِمْ اَرْبَعُ شَهٰدٰتٍۢ بِاللّٰهِ ۙ— اِنَّهٗ لَمِنَ الصّٰدِقِیْنَ ۟

যদি কোনো পুৰুষে নিজৰ স্ত্ৰীৰ প্ৰতি ব্যাভিচাৰৰ আৰোপ লগায় আৰু সেই আৰোপক সত্য প্ৰমাণিত কৰিবলৈ নিজৰ বাহিৰে আন কোনো সাক্ষী নাথাকে, তেন্তে পুৰুষজনে নিজেই চাৰিবাৰ আল্লাহৰ শপত খাই সাক্ষ্য দিব যে, তেওঁ নিজৰ পত্নীৰ প্ৰতি ব্যাভিচাৰৰ যি আৰোপ লগাইছে সেয়া সত্য। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• التمهيد للحديث عن الأمور العظام بما يؤذن بعظمها.
গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনা কৰাৰ পূৰ্বে ভূমিকা উপস্থাপন কৰা, যি ভূমিকাই সেই আলোচনাৰ গুৰুত্বৰ প্ৰতি ইংগিত কৰে। info

• الزاني يفقد الاحترام والرحمة في المجتمع المسلم.
ব্যাভিচাৰী ব্যক্তি মুছলিম সমাজত সন্মান তথা দয়া পোৱাৰ উপযুক্ত নহয়। info

• الحصار الاجتماعي على الزناة وسيلة لتحصين المجتمع منهم، ووسيلة لردعهم عن الزنى.
ব্যাভিচাৰী ব্যক্তিৰ বাবে মুছলিম সমাজত সংকীৰ্ণতা সৃষ্টি কৰাটো হৈছে সমাজক সিহঁতৰ পৰা ৰক্ষা কৰা, আৰু ব্যাভিচাৰী ব্যক্তিক ব্যাভিচাৰৰ পৰা প্ৰতিৰোধ কৰাৰ উত্তম উপায়। info

• تنويع عقوبة القاذف إلى عقوبة مادية (الحد)، ومعنوية (رد شهادته، والحكم عليه بالفسق) دليل على خطورة هذا الفعل.
ব্যাভিচাৰৰ আৰোপ লগোৱা ব্যাক্তিৰ বাবে শাৰীৰিক শাস্তি আৰু অভৌতিক শাস্তি (যেনে তাৰ সাক্ষ্য প্ৰত্যাখ্যান কৰা আৰু তাক অৱজ্ঞাকাৰী বুলি ঘোষণা কৰা) নিৰ্ধাৰণ কৰাটোৱে প্ৰমাণ কৰে যে, এইটো এটা জঘণ্য অপৰাধ। info

• لا يثبت الزنى إلا ببينة، وادعاؤه دونها قذف.
ব্যাভিচাৰ প্ৰমাণ কৰিবলৈ সাক্ষীৰ প্ৰয়োজন। সাক্ষী নাথাকিলে মিছা আৰোপ বুলি গণ্য হ'ব। info