የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
62 : 28

وَیَوْمَ یُنَادِیْهِمْ فَیَقُوْلُ اَیْنَ شُرَكَآءِیَ الَّذِیْنَ كُنْتُمْ تَزْعُمُوْنَ ۟

যিদিনা সিহঁতৰ পৱিত্ৰ আৰু সৰ্বোচ্চ প্ৰতিপালক আল্লাহে সিহঁতক মাতি ক’বঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, মোক এৰি যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, তথা সেইবোৰক মোৰ অংশীদাৰ বুলি ভাৱিছিলা?! info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• العاقل من يؤثر الباقي على الفاني.
প্ৰকৃত বুদ্ধিমান হৈছে সেইজন ব্যক্তি, যিয়ে অস্থায়ীৰ ওপৰত স্থায়ীক প্ৰাধান্য দিয়ে। info

• التوبة تَجُبُّ ما قبلها.
তাওবাই পূৰ্বৱৰ্তী গুনাহসমূহক মচি দিয়ে। info

• الاختيار لله لا لعباده، فليس لعباده أن يعترضوا عليه.
নবুওৱতৰ বাবে নিৰ্বাচন কৰাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ, এই ক্ষেত্ৰত বান্দাৰ কোনো অধিকাৰ নাই। আনকি এইক্ষেত্ৰত অভিযোগ উত্থাপন কৰাৰো সিহঁতৰ অধিকাৰ নাই। info

• إحاطة علم الله بما ظهر وما خفي من أعمال عباده.
বান্দাৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্মক আল্লাহৰ জ্ঞানে আৱৰি আছে। info