《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 * - 译解目录


含义的翻译 段: (62) 章: 盖萨斯
وَیَوْمَ یُنَادِیْهِمْ فَیَقُوْلُ اَیْنَ شُرَكَآءِیَ الَّذِیْنَ كُنْتُمْ تَزْعُمُوْنَ ۟
যিদিনা সিহঁতৰ পৱিত্ৰ আৰু সৰ্বোচ্চ প্ৰতিপালক আল্লাহে সিহঁতক মাতি ক’বঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, মোক এৰি যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, তথা সেইবোৰক মোৰ অংশীদাৰ বুলি ভাৱিছিলা?!
阿拉伯语经注:
这业中每段经文的优越:
• العاقل من يؤثر الباقي على الفاني.
প্ৰকৃত বুদ্ধিমান হৈছে সেইজন ব্যক্তি, যিয়ে অস্থায়ীৰ ওপৰত স্থায়ীক প্ৰাধান্য দিয়ে।

• التوبة تَجُبُّ ما قبلها.
তাওবাই পূৰ্বৱৰ্তী গুনাহসমূহক মচি দিয়ে।

• الاختيار لله لا لعباده، فليس لعباده أن يعترضوا عليه.
নবুওৱতৰ বাবে নিৰ্বাচন কৰাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ, এই ক্ষেত্ৰত বান্দাৰ কোনো অধিকাৰ নাই। আনকি এইক্ষেত্ৰত অভিযোগ উত্থাপন কৰাৰো সিহঁতৰ অধিকাৰ নাই।

• إحاطة علم الله بما ظهر وما خفي من أعمال عباده.
বান্দাৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্মক আল্লাহৰ জ্ঞানে আৱৰি আছে।

 
含义的翻译 段: (62) 章: 盖萨斯
章节目录 页码
 
《古兰经》译解 - 古兰经简要注释阿萨姆语翻译 - 译解目录

古兰经简要注释阿萨姆语翻译,古兰经研究注释中心发行

关闭