የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (66) ምዕራፍ: ሱረቱ አዝ ዙኽሩፍ
هَلْ یَنْظُرُوْنَ اِلَّا السَّاعَةَ اَنْ تَاْتِیَهُمْ بَغْتَةً وَّهُمْ لَا یَشْعُرُوْنَ ۟
ঈছা আলাইহিচ্ছালামৰ বিষয়ে বিভেদ সৃষ্টি কৰা এই লোকসকলে কিয়ামতৰ আকস্মিক আগমনৰ অপেক্ষাত আছে নেকি? এনেকুৱা হ’লে সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব। লগতে জানি থোৱা! যদি সিহঁত কুফৰীত থকা অৱস্থাতে কিয়ামত আহি পায় তেন্তে সিহঁতৰ পৰিণাম হ’ব কষ্টদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• نزول عيسى من علامات الساعة الكبرى.
ঈছা আলাইহিচ্ছালামৰ অৱতৰণ হৈছে কিয়ামতৰ অন্যতম এটা ডাঙৰ প্ৰতীক।

• انقطاع خُلَّة الفساق يوم القيامة، ودوام خُلَّة المتقين.
কিয়ামতৰ দিনা পাপিষ্ঠসকলৰ বন্ধুত্ব বিচ্ছিন্ন হ’ব, আৰু মুত্ত্বাক্বীসকলৰ বন্ধুত্ব হ’ব স্থায়ী।

• بشارة الله للمؤمنين وتطمينه لهم عما خلفوا وراءهم من الدنيا وعما يستقبلونه في الآخرة.
আল্লাহে মুমিনসকলক সুসংবাদ দিছে তথা আশ্বস্ত প্ৰদান কৰি কৈছে যে, পৃথিৱীত এৰি থৈ যোৱা সা-সম্পদৰ বিষয়ে তেওঁলোকৰ চিন্তা কৰিবলগীয়া একো নাই, লগতে আখিৰাতত সন্মুখীন হ’বলগীয়া বিষয়বোৰকলৈও তেওঁলোকৰ কোনো ভয় নাই।

 
የይዘት ትርጉም አንቀጽ: (66) ምዕራፍ: ሱረቱ አዝ ዙኽሩፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት