Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (4) ምዕራፍ: አል ሐሽር
ذٰلِكَ بِاَنَّهُمْ شَآقُّوا اللّٰهَ وَرَسُوْلَهٗ ۚ— وَمَنْ یُّشَآقِّ اللّٰهَ فَاِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟
এই শাস্তি এই কাৰণে বিহা হৈছিল যে, সিহঁতে কুফৰ আৰু প্ৰতিশ্ৰুতি ভংগ কৰি আল্লাহৰ বিৰোধিতা কৰিছিল আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছিল। এতেকে যিয়ে আল্লাহৰ বিৰোধিতা কৰিব তেন্তে সি জানি থোৱা উচিত, আল্লাহ অতি কঠোৰ শাস্তি প্ৰদানকাৰী। অতিশীঘ্ৰে সিহঁতে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فعل ما يُظنُّ أنه مفسدة لتحقيق مصلحة عظمى لا يدخل في باب الفساد في الأرض.
অধিক মহত্বপূৰ্ণ হিতক সন্মুখত ৰাখি এনেকুৱা কাম কৰা, যিটোক বিপৰ্যয় বুলি ভবা হয় কিন্তু প্ৰকৃততে সেইটো পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা নুবুজায়।

• من محاسن الإسلام مراعاة ذي الحاجة للمال، فَصَرَفَ الفيء لهم دون الأغنياء المكتفين بما عندهم.
ইছলামৰ এটা বিশেষত্ব হৈছে এই যে, ধনৰ ভাগ-বন্টন কৰাৰ সময়ত বিশেষকৈ উপযুক্ত ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়ে। সেই কাৰণেই যুদ্ধ নকৰাকৈ লাভ কৰা ধন অভাৱী লোকৰ মাজত বন্টন কৰাৰ নিৰ্দেশ দিছে। ধনী সকলক নিষেধ কৰিছে কাৰণ সিহঁতৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ ধন আছে।

• الإيثار منقبة عظيمة من مناقب الإسلام ظهرت في الأنصار أحسن ظهور.
পৰোপকাৰ ইছলামৰ এটা ডাঙৰ বিশেষত্ব। যিটো স্পষ্টৰূপে আনছাৰসকলৰ মাজত প্ৰকাশ পাইছিল।

 
የይዘት ትርጉም አንቀጽ: (4) ምዕራፍ: አል ሐሽር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት