पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (4) सूरः: सूरतुल् हश्र
ذٰلِكَ بِاَنَّهُمْ شَآقُّوا اللّٰهَ وَرَسُوْلَهٗ ۚ— وَمَنْ یُّشَآقِّ اللّٰهَ فَاِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟
এই শাস্তি এই কাৰণে বিহা হৈছিল যে, সিহঁতে কুফৰ আৰু প্ৰতিশ্ৰুতি ভংগ কৰি আল্লাহৰ বিৰোধিতা কৰিছিল আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছিল। এতেকে যিয়ে আল্লাহৰ বিৰোধিতা কৰিব তেন্তে সি জানি থোৱা উচিত, আল্লাহ অতি কঠোৰ শাস্তি প্ৰদানকাৰী। অতিশীঘ্ৰে সিহঁতে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• فعل ما يُظنُّ أنه مفسدة لتحقيق مصلحة عظمى لا يدخل في باب الفساد في الأرض.
অধিক মহত্বপূৰ্ণ হিতক সন্মুখত ৰাখি এনেকুৱা কাম কৰা, যিটোক বিপৰ্যয় বুলি ভবা হয় কিন্তু প্ৰকৃততে সেইটো পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা নুবুজায়।

• من محاسن الإسلام مراعاة ذي الحاجة للمال، فَصَرَفَ الفيء لهم دون الأغنياء المكتفين بما عندهم.
ইছলামৰ এটা বিশেষত্ব হৈছে এই যে, ধনৰ ভাগ-বন্টন কৰাৰ সময়ত বিশেষকৈ উপযুক্ত ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়ে। সেই কাৰণেই যুদ্ধ নকৰাকৈ লাভ কৰা ধন অভাৱী লোকৰ মাজত বন্টন কৰাৰ নিৰ্দেশ দিছে। ধনী সকলক নিষেধ কৰিছে কাৰণ সিহঁতৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ ধন আছে।

• الإيثار منقبة عظيمة من مناقب الإسلام ظهرت في الأنصار أحسن ظهور.
পৰোপকাৰ ইছলামৰ এটা ডাঙৰ বিশেষত্ব। যিটো স্পষ্টৰূপে আনছাৰসকলৰ মাজত প্ৰকাশ পাইছিল।

 
अर्थको अनुवाद श्लोक: (4) सूरः: सूरतुल् हश्र
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद, तफ्सीर सेन्टरद्वारा प्रकाशित ।

बन्द गर्नुस्