Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (7) ምዕራፍ: አት ተጋቡን
زَعَمَ الَّذِیْنَ كَفَرُوْۤا اَنْ لَّنْ یُّبْعَثُوْا ؕ— قُلْ بَلٰی وَرَبِّیْ لَتُبْعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلْتُمْ ؕ— وَذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟
আল্লাহক অস্বীকাৰকাৰীসকলে ভাবিছে যে, আল্লাহে সিহঁতৰ মৃত্যুৰ পিছত সিহঁতক কেতিয়াও পুনৰ্জীৱিত নকৰিব। হে ৰাছুল! এই পুনৰুত্থান অস্বীকাৰকাৰীসকলক কৈ দিয়কঃ কিয় নহয়, মোৰ প্ৰতিপালকৰ শপত! নিশ্চয় ক্বিয়ামতৰ দিনা তোমালোকক পুনৰ্জীৱিত কৰা হ'ব। তাৰ পিছত তোমালোকক পৃথিৱীত কৰা কৰ্মবোৰৰ বিষয়ে অৱগত কৰোৱা হ'ব। আৰু এই পুনৰুত্থান আল্লাহৰ বাবে তেনেই উজু, কিয়নো তেৱেঁই তোমালোকক প্ৰথম বাৰ সৃষ্টি কৰিছে। গতিকে তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰিবলৈ তেওঁ সক্ষম।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
የይዘት ትርጉም አንቀጽ: (7) ምዕራፍ: አት ተጋቡን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት