Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (144) ምዕራፍ: አል-አዕራፍ
قَالَ یٰمُوْسٰۤی اِنِّی اصْطَفَیْتُكَ عَلَی النَّاسِ بِرِسٰلٰتِیْ وَبِكَلَامِیْ ۖؗ— فَخُذْ مَاۤ اٰتَیْتُكَ وَكُنْ مِّنَ الشّٰكِرِیْنَ ۟
আল্লাহে মূছা আলাইহিছ ছালামক ক'লেঃ হে মূছা! মই তোমাক সিহঁতৰ ওচৰত প্ৰেৰণ কৰাৰ সময়ত মোৰ ৰিছালত পৌঁচাই দিয়াৰ বাবে নিৰ্বাচন কৰিছো আৰু তোমাক সকলো মানুহৰ ওপৰত প্ৰাধান্য দিছো। লগতে তোমাক মোৰ লগত প্ৰত্যক্ষৰূপে কথা কোৱাৰ সৌভাগ্য প্ৰদান কৰিছো। এতেকে মই তোমাক যি প্ৰদান কৰিছো সেয়া সন্মান সহকাৰে গ্ৰহণ কৰা আৰু এই মহা প্ৰতিদানৰ বাবে তুমি আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• على العبد أن يكون من المُظْهِرين لإحسان الله وفضله عليه، فإن الشكر مقرون بالمزيد.
বান্দাই সদায় আল্লাহৰ উপকাৰ আৰু অনুগ্ৰহবোৰ প্ৰকাশ কৰা উচিত। কিয়নো কৃতজ্ঞতা প্ৰাচুৰ্যৰ লগত সম্পৃক্ত।

• على العبد الأخذ بالأحسن في الأقوال والأفعال.
বান্দাসকলে সদায় ভাল কাম আৰু ভাল কথা কোৱা উচিত।

• يجب تلقي الشريعة بحزم وجد وعزم على الطاعة وتنفيذ ما ورد فيها من الصلاح والإصلاح ومنع الفساد والإفساد.
বান্দাসকলে চৰীয়তৰ ক্ষেত্ৰত সম্পূৰ্ণ সতৰ্কতা আৰু তত্পৰতা দেখুৱা উচিত তথা সত্কৰ্ম আৰু সংস্কাৰৰ ক্ষেত্ৰত লগতে ফিতনা- ফাছাদ ৰোধ কৰিবলৈ দৃঢ়তাপূৰ্ণ প্ৰয়াস কৰা উচিত।

• على العبد إذا أخطأ أو قصَّر في حق ربه أن يعترف بعظيم الجُرْم الذي أقدم عليه، وأنه لا ملجأ من الله في إقالة عثرته إلا إليه.
যেতিয়া বান্দাৰ দ্বাৰা তেওঁৰ প্ৰতিপালকৰ কোনো আদেশ পালনত ভুল-ত্ৰুটি হয়, তেতিয়া সেই অপৰাধ স্বীকাৰ কৰা উচিত। লগতে এই বিশ্বাস পোষণ কৰা উচিত যে, তেওঁৰ এই ভুলক আল্লাহৰ বাহিৰে আন কোনেও ক্ষমা কৰিব নোৱাৰিব।

 
የይዘት ትርጉም አንቀጽ: (144) ምዕራፍ: አል-አዕራፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት