উজবেক ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। অনুবাদ কৰিছে আলাউদ্দিন মনচুৰ চাহাবে। প্ৰকাশকালঃ ১৪৩০ হিজৰী। ৰুওৱাদ অনুবাদ চেন্টাৰৰ তত্ত্বাৱধায়নত ইয়াৰ সংশোধন সম্পন্ন হৈছে। তথা পৰামৰ্শ প্ৰদানৰ বাবে, মূল্যায়ন আৰু উন্নতিৰ স্বার্থত মূল অনুবাদ চোৱাৰো সুযোগ ৰখা হৈছে।