Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (5) Simoore: Simoore al-tagaabun
اَلَمْ یَاْتِكُمْ نَبَؤُا الَّذِیْنَ كَفَرُوْا مِنْ قَبْلُ ؗ— فَذَاقُوْا وَبَالَ اَمْرِهِمْ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟
হে মুশ্বৰিকসকল! তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা অস্বীকাৰকাৰী জাতিসমূহৰ খবৰ আহি পোৱা নাইনে? উদাহৰণস্বৰূপে নূহ আলাইহিছ ছালামৰ জাতি, আদ, ছামূদ আদি জাতিসমূহ। যিসকলে পৃথিৱীতেই নিজৰ কুফুৰীৰ শাস্তি ভোগ কৰিছে আৰু সিহঁতৰ বাবে পৰকালত আছে কষ্টদায়ক শাস্তি? নিশ্চয় তোমালোকৰ ওচৰত সেইবোৰ খবৰ আহি পাইছে। এতেকে সিহঁতৰ পৰিণামৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু তোমালোকে তেনেকুৱা শাস্তিৰ সন্মুখীন হোৱাৰ আগতেই আল্লাহৰ ওচৰত তাওবা কৰা, যি শাস্তিৰ সন্মুখীন সিহঁত হৈছিল।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
Firo maanaaji Aaya: (5) Simoore: Simoore al-tagaabun
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude