Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (5) Simoore: Simoore ceergal (talaak)
ذٰلِكَ اَمْرُ اللّٰهِ اَنْزَلَهٗۤ اِلَیْكُمْ ؕ— وَمَنْ یَّتَّقِ اللّٰهَ یُكَفِّرْ عَنْهُ سَیِّاٰتِهٖ وَیُعْظِمْ لَهٗۤ اَجْرًا ۟
এই তালাক, প্ৰত্যাৱৰ্তন আৰু ইদ্দতৰ বিধানসমূহ হৈছে আল্লাহৰ আদেশ, হে মুমিনসকল! যিটো তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে, যাতে তোমালোকে আমল কৰিব পাৰা। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব, আল্লাহে তাৰ গুনাহসমূহ মাফ কৰি দিব আৰু আখিৰাতত মহাপ্ৰতিদান দান কৰিব। অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰিব, আৰু এনেকুৱা নিয়ামত প্ৰদান কৰিব যিবোৰ কেতিয়াও শেষ নহ'ব।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• خطاب النبي صلى الله عليه وسلم خطاب لأمته ما لم تثبت له الخصوصية.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাটো দৰাচলতে তেখেতৰ উম্মতক সম্বোধন কৰা বুজায়, যেতিয়ালৈকে এইটো প্ৰমাণ নহয় যে, বিষয়টো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে নিৰ্দিষ্ট।

• وجوب السكنى والنفقة للمطلقة الرجعية.
ৰাজঈ তালাকত (অৰ্থাৎ প্ৰত্যাৱৰ্তনমূলক তালাকত) স্বামীয়ে স্ত্ৰীৰ যাৱতীয় খৰচ বহন কৰা অনিবাৰ্য।

• النَّدْب إلى الإشهاد حسمًا لمادة الخلاف.
সাক্ষী ৰখাটো উত্তম, যাতে বিবাদৰ কোনো কাৰণ অৱশিষ্ট নাথাকে।

• كثرة فوائد التقوى وعظمها.
তাক্বৱা অৱলম্বনত বহুত উপকাৰ আছে।

 
Firo maanaaji Aaya: (5) Simoore: Simoore ceergal (talaak)
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo asamiiwo raɓɓiɗngo ngam faccirde al-quraan tedduɗo oo - Tippudi firooji ɗii

Firo asaamiiwo raɓɓiɗngo e firde Alquraan tedduɗo oo, ummiriingo hentorde facciro ngam jaŋdeeli al-quraan.

Uddude