क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (71) सूरा: सूरा हूद
وَامْرَاَتُهٗ قَآىِٕمَةٌ فَضَحِكَتْ فَبَشَّرْنٰهَا بِاِسْحٰقَ ۙ— وَمِنْ وَّرَآءِ اِسْحٰقَ یَعْقُوْبَ ۟
ইব্ৰাহীমৰ স্ত্ৰী ছাৰা থিয় হৈ আছিল, আমি তেওঁক এই শুভসংবাদ দিলো যে, তেওঁ ইছহাকক জন্ম দিব আৰু ইছহাকৰ পুত্ৰ হব ইয়াকূব। এই শুনি তেওঁ হাঁহিলে আৰু আনন্দত উৎফুল্লিত হৈ উঠিল।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• عناد واستكبار المشركين حيث لم يؤمنوا بآية صالح عليه السلام وهي من أعظم الآيات.
মুশ্বৰিকসকলৰ স্বৈৰাচাৰীতাৰ প্ৰমাণ যে, সিহঁতে ছলেহ আলাইহিছ ছালামৰ প্ৰতীকৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। যদিও সেইটো আছিল এটা ডাঙৰ নিদৰ্শন।

• استحباب تبشير المؤمن بما هو خير له.
মুমিনক সেই সংবাদ দিয়া ভাল, যিটো তেওঁৰ বাবে কল্যাণকৰ।

• مشروعية السلام لمن دخل على غيره، ووجوب الرد.
কাৰো ওচৰত উপস্থিত হলে ছালাম দিয়াৰ প্ৰমাণ আৰু ছালামৰ উত্তৰ দিয়া জৰুৰী।

• وجوب إكرام الضيف.
অতিথিক আপ্যায়ন কৰা অনিবাৰ্য।

 
अर्थों का अनुवाद आयत: (71) सूरा: सूरा हूद
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - अनुवादों की सूची

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

बंद करें