क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (62) सूरा: सूरा अल्-अम्बिया
قَالُوْۤا ءَاَنْتَ فَعَلْتَ هٰذَا بِاٰلِهَتِنَا یٰۤاِبْرٰهِیْمُ ۟ؕ
এতেকে সিহঁতে ইব্ৰাহীম আলাইহিচ্ছালামক উপস্থিত কৰালে, আৰু তেওঁক সুধিলেঃ হে ইব্ৰাহীম! আমাৰ উপাস্যবোৰৰ সৈতে এই জঘন্য আচৰণ তুমিয়ে কৰিছা নেকি?!
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• جواز استخدام الحيلة لإظهار الحق وإبطال الباطل.
সত্যক প্ৰকাশ কৰিবলৈ তথা অসত্যক ভুল সাব্যস্ত কৰিবলৈ অজুহাতৰ সহায় লোৱা বৈধ।

• تعلّق أهل الباطل بحجج يحسبونها لهم، وهي عليهم.
সত্যৰ পৰা আঁতৰি থকা লোকসকলেও কিছুমান প্ৰমাণ উপস্থাপন কৰে, কিন্তু সেইবোৰ প্ৰমাণ সিহঁতৰ বিৰুদ্ধেই প্ৰয়োগ হয়।

• التعنيف في القول وسيلة من وسائل التغيير للمنكر إن لم يترتّب عليه ضرر أكبر.
কুসংস্কাৰ দূৰ কৰিবলৈ কঠোৰ ভাষা ব্যৱহাৰ কৰিব পাৰি, কিন্তু চৰ্ত হ’ল যাতে কোনো ডাঙৰ ক্ষতি নহয়।

• اللجوء لاستخدام القوة برهان على العجز عن المواجهة بالحجة.
বল প্ৰয়োগ কৰাটো হৈছে দৰাচলতে দলিলৰ দ্বাৰা মোকাবিলা কৰাত পৰাজিত হোৱাৰ প্ৰতীক।

• نَصْر الله لعباده المؤمنين، وإنقاذه لهم من المحن من حيث لا يحتسبون.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। আৰু তেওঁলোকক বিপদৰ পৰা এনেকৈ ৰক্ষা কৰে যিটোক তেওঁলোকে অনুমানো কৰিব নোৱাৰে।

 
अर्थों का अनुवाद आयत: (62) सूरा: सूरा अल्-अम्बिया
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - अनुवादों की सूची

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

बंद करें