क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (138) सूरा: सूरा आले इम्रान
هٰذَا بَیَانٌ لِّلنَّاسِ وَهُدًی وَّمَوْعِظَةٌ لِّلْمُتَّقِیْنَ ۟
এই কোৰআনে সত্য বৰ্ণনা কৰে তথা গোটেই মানৱ জাতিক অসত্যৰ পৰা সতৰ্ক কৰে। লগতে ই হিদায়তৰ পথপ্ৰদৰ্শক তথা মুত্তাক্বীসকলৰ বাবে সতৰ্কবাণী। কাৰণ এওঁলোকেই ইয়াৰ পথপ্ৰদৰ্শন আৰু হিদায়তৰ পৰা উপকৃত হয়।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• الترغيب في المسارعة إلى عمل الصالحات اغتنامًا للأوقات، ومبادرة للطاعات قبل فواتها.
সময়ৰ সদ্ব্যৱহাৰ কৰি সত্কৰ্মৰ পিনে ততাতৈয়া কৰা তথা সময় শেষ হোৱাৰ পূৰ্বে নেক কামত অগ্ৰসৰ হোৱাৰ প্ৰেৰণা।

• من صفات المتقين التي يستحقون بها دخول الجنة: الإنفاق في كل حال، وكظم الغيظ، والعفو عن الناس، والإحسان إلى الخلق.
মুত্তাক্বীসকলৰ কেইটামান বৈশিষ্ট্য, যিবোৰৰ কাৰণে তেওঁলোক জান্নাতত প্ৰৱেশ কৰাৰ হকদাৰ, সেয়া হৈছেঃ সকলো অৱস্থাতে ব্যয় কৰা, ক্ৰোধ দমন কৰা, মানুহক ক্ষমা কৰি দিয়া আৰু সৃষ্টিৰ সৈতে ভাল ব্যৱহাৰ কৰা।

• النظر في أحوال الأمم السابقة من أعظم ما يورث العبرة والعظة لمن كان له قلب يعقل به.
পূৰ্বৱৰ্তী সম্প্ৰদায়ৰ অৱস্থা সম্পৰ্কে অধ্যয়ন কৰাটো বিবেকৱান লোকৰ বাবে অত্যাধিক শিক্ষাপ্ৰদ।

 
अर्थों का अनुवाद आयत: (138) सूरा: सूरा आले इम्रान
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - अनुवादों की सूची

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

बंद करें